ৰঞ্জন বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
27 নং শাৰী:
 
==জন্ম পৰিচয়==
ৰঞ্জন বেজবৰুৱাৰ ১৯৭১ চনত অসমৰ নগাঁৱৰ হাতীচোঙত জন্ম হয়। তেওঁৰ পিতৃ শিক্ষাবিদ, সাহিত্যিক প্ৰয়াত ৰোহিত চন্দ্ৰ বেজবৰুৱা আৰু মাতৃ শিক্ষয়িত্ৰী, শিল্পী শ্ৰীসুভদ্ৰা বেজবৰুৱা। ২০০২ চনত তেজপুৰ-জামুগুৰিহাটৰ বৰ্ণালী পৰাশৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ সন্তান দুটি ক্ৰমে- ময়ূখী আৰু জিষ্ণু।<ref>{{cite web|title=সাক্ষাৎকাৰ- সংগীত সমুদ্ৰত অৱগাহন: এক ব্যতিক্ৰমী পথেৰে শিল্পী ৰঞ্জন বেজবৰুৱা |url=https://www.xahitya.org/2020/11/21/%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%80%E0%A6%A4-%E0%A6%B8%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A7%B0/ |publisher=Xahitya.org |accessdate=4 dec 2020}}</ref>
 
==শিক্ষা আৰু কৰ্মজীৱন==