জ্যোতিকা টাংগ্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
| genre = [[বলীউড]]
| birth_name = জ্যোতিকা টাংগ্ৰী
| occupation = *কণ্ঠশিল্পী
}}
'''জ্যোতিকা টাংগ্ৰী''' ({{lang-en|Jyotica Tangri}}) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ [[হাফ গাৰ্লফ্ৰেণ্ড]]ৰ “ফিৰ ভি তুমকো চাহুংগী” গীতৰ জৰিয়তে আত্মপ্ৰকাশ কৰে৷ তেওঁৰ সংস্কৰণটো ছবিখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, যদিও তেওঁ কণ্ঠদান কৰা গীতটো শ্ৰদ্ধা কাপুৰৰ সংস্কৰণটিত জনপ্ৰিয় হৈছিল। তেওঁ বহন হোগী তেৰী (২০১৭), শাদী মে জৰুৰ আনা (২০১৭) আৰু ফুকৰে ৰিটাৰ্ণছৰ দৰে চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে পদাৰ্পণ কৰিছে। তেওঁ ২০১৮ চনত শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ জি চিনে বঁটা লাভ কৰে৷