216 নং শাৰী:
== আহোম ভাষা ==
নমস্কাৰ। আপুনি শেহতীয়াকৈ সম্পাদনা কৰা [[আহোম যুগৰ ধাতু শিল্প]] পৃষ্ঠাটোত কলহ, লোটা, চৰিয়া আদি আটাইবোৰ শব্দক আহোম ভাষাত কি কয় বন্ধনীৰ ভিতৰত নিলিখিলেও হ'ব বুলি ভাবো। কেৱল মুল প্ৰবন্ধৰ নাম বন্ধনীৰ ভিতৰত আহোম ভাষাত লিখিলে ভাল হয় বুলি ভাবো। – <span style="text-shadow:7px 7px 8px Blue;">[[User:-chanakyakdas|<font face="Papyrus">'''চাণক্য'''</font>]] <sup>[[User talk:-chanakyakdas#top|<font face="Papyrus">(বাৰ্তা)</font>]]</sup></span> 14:37, 19 October 2021 (ইউ.টি.চি.)
:হয়। যদি একান্তই দিব বিচাৰিছে বা দিয়াটো প্ৰয়োজন বুলি ভাবে, তেন্তে তালিকা হিচাপে দিব পাৰে। যেনে
{|class='wikitable'
|ধাতু
|আহোম নাম
|আহোম নামৰ অসমীয়া উচ্চাৰণ
|-
|ক
|ক
|ক
|}
<span style="text-shadow:gray 3px 3px 3px;">[[User:দিব্য দত্ত|<font color="#663300">'''দিব্য দত্ত'''</font>]]&nbsp;([[User Talk:দিব্য দত্ত|বাৰ্তা]])</span> 16:25, 19 October 2021 (ইউ.টি.চি.)