ৰঞ্জন বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
36 নং শাৰী:
তেওঁ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপ, এ আৰ ৰহমান আদিৰ গীত যেনে- ‘অ’ মোৰ আপোনাৰ দেশ’, ‘শুন শুন ৰে সুৰ’, ‘বৈষ্ণৱজন তো’ ‘একলা চলো ৰে’, ‘চাৰে জাহা চে আচ্ছা’ আদি সংস্কৃত ভাষালৈ অনুবাদ কৰিছে আৰু গাইছে।
 
তেওঁ ২০১৭ চনৰ জানুৱাৰী মাহত উত্তৰ-পূৱ ভাৰতৰ প্ৰথম আৰু দেশৰ দ্বিতীয়টো সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ গুৱাহাটীৰ বালাজী মন্দিৰৰ মঞ্চত মুকলি কৰে।<ref>{{cite web |url=https://www.telegraphindia.com/north-east/fresh-words-familiar-music/cid/1420701 |title=Fresh words, familiar music |last=Bhattacharyya |first=Smita |work=Telegraphindia.com |date=2017-01-07 |accessdate=2021-10-19 }}</ref> তেওঁ কণ্ঠদান কৰা কেইখনমান কথাছবি হ’ল- ‘মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ’ (২০১২), ‘[[যুগদ্ৰষ্টা (চলচ্চিত্ৰ)|যুগদ্ৰষ্টা]]’ (২০১৫); ‘সৰ্বগুণাকৰ শ্ৰীমন্তশঙ্কৰদেৱ’ (২০১৬); ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ (২০২০) আদি।
 
==বঁটা আৰু সন্মান==