লক্ষ্মী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
18 নং শাৰী:
}}
 
'''লক্ষ্মী''' [[হিন্দু ধৰ্ম| হিন্দু ধৰ্মাৱলম্বীসকলৰ]] ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।
 
== ব্যুৎপত্তি ==
লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্‌ (लक्ष्) আৰু লক্ষ (लक्ष) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷ লক্ষ্মীৰ এই মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাকটোক সূচায়। ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/লক্ষ্মী"ৰ পৰা অনা হৈছে