ইম্ফাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Infobox settlement
| name = ইম্ফলইম্ফাল
| native_name = ꯏꯝꯐꯥꯜ
| native_name_lang = mni
24 নং শাৰী:
| founder =
| named_for =
| governing_body = ইম্ফলইম্ফাল পৌৰনিগম
| leader_title1 = মেয়ৰ
| leader_name1 = এল. লোকেশ্বৰ সিং
57 নং শাৰী:
| image_caption = ইম্ফল মহানগৰী
}}
'''ইম্ফলইম্ফাল''' ({{Lang-mni|ꯏꯝꯐꯥꯜ}}), [[ভাৰত]]ৰ [[মণিপুৰ]] ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। [[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল।<ref>{{cite web|url=http://www.nam.ac.uk/exhibitions/online-exhibitions/britains-greatest-battles/imphal-kohima|title=Imphal and Kohima|work=Britain's Greatest Battles|publisher=[[National Army Museum]]|accessdate=9 January 2016|url-status=dead|archiveurl=https://web.archive.org/web/20150207003427/http://www.nam.ac.uk/exhibitions/online-exhibitions/britains-greatest-battles/imphal-kohima|archivedate=7 February 2015|df=dmy-all}}</ref>
 
ইম্ফল মহানগৰৰ বৰ্তমান মেয়ৰ এল. লোকেশ্বৰ সিং।
 
==জনগাঁঠনি==
২০১৬ চনত ইম্ফল মহানগৰৰ জনসংখ্যা ২,৬৮,২৪৩ জন। ইম্ফলৰ সাক্ষৰতা হাৰ ৯০%, তাৰে ভিতৰত পুৰুষৰ হাৰ ৯৫% আৰু মহিলাৰ হাৰ ৮৭%। ইম্ফলৰ ৭০% হিন্দু, ১০% খ্ৰীষ্টান, ৩.৮% সনাম ধৰ্ম, ৩.৭% মুছলমান, ০.৫৪% বৌদ্ধ, ০.৪৫% জৈন আৰু ০.১৮% শিখ সম্প্ৰদায়ৰ।<ref name="Census2011">{{cite web |title=Imphal City Population, Manipur |url=http://www.census2011.co.in/census/city/184-imphal.html |website=www.census2011.co.in |publisher=Census 2011 |accessdate=14 June 2018 |date=2015}}</ref>
"https://as.wikipedia.org/wiki/ইম্ফাল"ৰ পৰা অনা হৈছে