ভূপেন হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎তেজপুৰত শৈশৱকাল: ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
→‎কৰ্মজীৱন: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
95 নং শাৰী:
ড॰ হাজৰিকাই কিছুদিন [[বি বৰুৱা মহাবিদ্যালয়]] আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত অধ্যাপনা কৰিছিল। ১৯৪৮ চনত [[গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ]] প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা [[অসম বিধানসভা]]ৰ সদস্য আছিল।<ref>[http://assamassembly.gov.in/mla-1967-72.html Assam Legislative Assembly - MLA 1967-72], [[অসম বিধানসভা]]ৰ চৰকাৰী ৱেবছাইট, আহৰণ কৰা তাৰিখ: ০৫-০৪-২০১২]</ref> নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল।<ref>ভূপেন হাজৰিকা, ''মই বিধান সভাৰ সদস্য কিয় হৈছিলো?'', শিল্পীৰ পৃথিৱীৰ ভূপেন হাজৰিকা (সম্পাদনা: হেমচন্দ্ৰ বৰা), তৃতীয় প্ৰকাশ, নৱেম্বৰ, ২০১১ পৃষ্ঠা: ১৪</ref>। তেখেতে কাৰ্যনিবাহ কৰা অন্য পদসমূহ হ'ল:<ref>{{cite web|url=http://www.bhupenhazarika.com/wordpress/?p=5 |title=Blog Archive » Dr. Bhupen Hazarika - Short Bio |publisher=Bhupen Hazarika |date=2004-06-09 |accessdate=2012-12-25}}</ref>
 
* চেয়াৰমেনশ্বেয়াৰমেন, এপেলেট বডী অবঅৱ চেণ্ট্ৰেল ব'ৰ্ড অবঅৱ ফিল্ম চেঞ্চৰচচেঞ্চৰ্ছ, [[ভাৰত চৰকাৰ]], ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ
* মেম্বাৰ, স্ক্ৰীপ্ট কমিটিকমিটী অবঅৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া
* ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দাদ্য ব'ৰ্ড অবঅৱ ডাইৰেক্টৰচডাইৰেক্টৰ্ছ অবঅৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন, ভাৰত চৰকাৰ
* এক্‌জিকিউটিভএক্‌জিকিউটীভ কাউন্সীলকাউনঞ্চিল মেম্বাৰ, চিল্‌ড্ৰেন্সচিল্ড্ৰেঞ্চ ফিল্ম 'চাইটী
* মেম্বাৰ, ব'ৰ্ড অবঅৱ ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্টছআৰ্টিষ্ট্‌ছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ
* চেয়াৰমেনশ্বেয়াৰমেন, জুৰী অবঅৱ দাদ্য নেশ্যনেল ফিল্ম এৱাৰ্ডচএৱাৰ্ড্‌ছ, ১৯৮৫
* জুৰী মেম্বাৰ, জুৰী অবঅৱ দাদ্য নেশ্যনেল ফিল্ম এৱাৰ্ডচএৱাৰ্ড্‌‌ছ, ১৯৫৮-ৰ পৰা ১৯৯০ -লৈকে কেইবাবাৰো
* মেম্বাৰ, পি চি জোশী কমিটী। এই কমিটিকমিটী ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত চফ্‌টৱেৰছফ্টৱেৰ প্ৰগ্ৰেমিংতপ্ৰ'গ্ৰেমিঙত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল।
* মেম্বাৰ, ফিল্ম এণ্ড টেলিভিছন ইন্সটিটিউটৰইনষ্টিটিউটৰ পলীচিপলিচী মেকিং বডী, ভাৰত চৰকাৰ
 
===পল ৰ'বচনক সাক্ষাৎ===
[[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ত থাকোঁতেই ভূপেন হাজৰিকাই আমেৰিকাৰ গণ-অধিকাৰ আন্দোলনৰ লগত জড়িত আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা [[পল ৰ'বচন]]ক লুকাই লুকাই লগ কৰিবলৈ গৈছিল। সেই কাৰণে তেওঁক বহুতেই 'কমিউনিষ্ট' বুলি ধৰি লৈছিল। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত [[বিজয়লক্ষ্মী পণ্ডিত|বিজয়লক্ষ্মী পণ্ডিতে]] ভূপেন হাজৰিকালৈ ফোন কৰি সাৱধান-বাণী শুনাইছিল,শুনাইছিল— "তই বৰ দুষ্ট হৈ গৈছ। আমাৰ পইচা লৈ তই ইয়াত সেই ৰঙা-নীলাবিলাকৰ মাজতে ঘূৰি ফুৰিছ। "
 
পল ৰ'বচনে সেই সময়ত গঢ়ি তোলা উগ্ৰ-ৰক্ষণশীলতাবিৰোধী আন্দোলনবোৰৰ প্ৰতি ভূপেন হাজৰিকাৰ নৈতিক সমৰ্থন আছিল। আমেৰিকা এৰিবৰ প্ৰাক্-মুহূৰ্তত ভূপেন হাজৰিকা পল ৰ'বচনৰ ওচৰলৈ গৈছিল আৰু লণ্ডনলৈ যাব বুলি কৈছিল। ৰ'বছনে ভূপেন হাজৰিকাক লণ্ডনত থকা ৰজনীপাম দত্তক সাক্ষাৎ কৰিবলৈ কৈছিল।<ref name="মই এটি যাযাবৰ"/>
 
পল ৰ'বচনে ভূপেন হাজৰিকাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ভূপেন হাজৰিকাই সেয়েহে কৈছিল,কৈছিল— "তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে চুইছুই গ'ল‌। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ'ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ‌। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে‌। …দিলে‌।… তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল‌। একলব্যৰ দৰে দূৰৈৰপৰা তেওঁৰ ধুমুহা-সদৃশ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে লাহে ওচৰ চাপিছিলোঁ‌। "<ref>{{cite web|author=বৰ্ণালী বৰুৱা দাস |url=http://muktosinta.org/otitor-buronji/ |title=নীল নদীৰ পাৰত ফাল্লাহীন,জন আৰু ৰংমনৰ বিননি |publisher=মুক্তচিন্তা |date=২ মাৰ্চ ২০১৬ |accessdate=২৮ এপ্ৰিল ২০২০}}</ref>
 
উল্লেখযোগ্য যে, পল ৰ'বচনৰ '{{Lang|en|We are in the same boat brother}}' গীতটো ভূপেন হাজৰিকাই 'আমি একেখন নাৱৰে যাত্ৰী'ৰ ৰূপত বিভিন্ন প্ৰসংগত গাইছে।<ref>{{cite web|author=জয়কান্ত শৰ্মা |url=https://janambhumi.in/VFZSVmVVNTZSVDA9/%E0%A6%A10%20%E0%A6%AD%E0%A7%82%E0%A6%AA%E0%A7%87%E0%A6%A8%20%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8.html |title=ড॰ ভূপেন হাজৰিকাৰ ৰাজনৈতিক দৰ্শন |publisher=জনমভূমি |date=৪ নৱেম্বৰ ২০১৭ |accessdate=২৮ এপ্ৰিল ২০২০}}</ref>