ভূপেন হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
39 নং শাৰী:
 
===অনাথবন্ধু দাস আৰু ভূপেন হাজৰিকা===
অনাথবন্ধু দাস আছিল ভূপেন হাজৰিকাৰ মোমায়েক। অনাথবন্ধু দাসে খুউবখুব সোনকালেই ১৯২৪ চনত; মাত্ৰ ২৩ বছৰ বয়সত ইহ-সংসাৰ ত্যাগ কৰিছিল। গীতে-মাতে সকলোতে আগৰণুৱা অনাথবন্ধু দাসৰ [[টাইফইড|টাইফইড ৰোগ]] হৈছিল। ৰোগত আক্ৰান্ত হৈ থাকোঁতেই তেওঁ এদিন ভনীয়েক শান্তিপ্ৰিয়াক মাতি আনি তেওঁক ওচৰতে থকা নীলকান্ত হাজৰিকাৰ লগতে বিবাহ-পাশত আৱদ্ধ হ'বলৈ কৈছিল। কথাখিনি কোৱাৰ পিছদিনাই তেওঁৰ মৃত্যু হৈছিল।<ref name="মই এটি যাযাবৰ"/>
 
যেতিয়া ১৯২৬ চনত শদিয়াত শান্তিপ্ৰিয়াৰ গৰ্ভত ভূপেন হাজৰিকাৰ জন্ম হৈছিল, তেতিয়া নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা এখন টেলিগ্ৰাম প্ৰেৰণ কৰিছিল গুৱাহাটিৰ ভৰলুমুখৰ ঘৰলৈ; য'ত লিখা আছিল,আছিল― "{{lang|en|Blessed with a male Child।Child.}}" দিনটো আছিল ৮ ছেপ্টেম্বৰ। টেলিগ্ৰামখন শান্তিপ্ৰিয়াৰ মাকে অৰ্থাৎ ভূপেন হাজৰিকাৰ আইতাকে ঘৰৰ সকলোকে দেখুৱাইছিল আৰু কৈছিল যে শান্তিৰ গৰ্ভত তেওঁৰ পুত্ৰ অনাথ আকৌ আহিছে। ভূপেন হাজৰিকা জন্ম হোৱাৰ ঠিক তিনি-চাৰিদিনৰ আগত আইতাকে হুলস্থূল লগাই সকলোকে কৈ ফুৰিছিল যেযে― "অনাথ আহিছিল মোৰ ওচৰলৈ। " আহি হেনো তেওঁক কৈছিল,কৈছিল― "মা তই কিয় কান্দি থাক! মই গৈছিলোঁ, কিন্তু আকৌ আহিলোঁ নহয়। মই শান্তিৰ গৰ্ভত আকৌ আহিছোঁ। "<ref name="মই এটি যাযাবৰ">{{cite book | title=মই এটি যাযাবৰ | publisher=এছ.এইছ.শৈক্ষিক ন্যাস | author=হাজৰিকা,সূৰ্য্য | year=২০১৩ | location=গুৱাহাটী | isbn=৯৭৮-৮১-৯০৪৭৭৪-৬-৮}}</ref>
 
ভূপেন হাজৰিকাৰ চাৰি নে পাঁচ বছৰ বয়সত আইতাকে এদিন কৈছিল,কৈছিল― "তোক মই অনাথ বুলিহে মাতিম, ভূপেন বুলি নামাতোঁ। " তেওঁ ভাবিছিল যে, ২৩ বছৰ বয়সতে মৃত্যুবৰণ কৰা প্ৰতিভাৱান অনাথবন্ধু দাসেই শান্তিপ্ৰিয়াৰ গৰ্ভত পুনৰ ভূপেন হৈ উপজিছে।<ref name="মই এটি যাযাবৰ"/>
 
== শৈশৱ আৰু শিক্ষা ==