নমিতা ভট্টাচাৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
| name = নমিতা ভট্টাচাৰ্য <br />Namita Bhattacharya
| image = নমিতা ভট্টাচাৰ্য.jpg
| image size =140px
| caption =
| birth_date =
Line 13 ⟶ 14:
| occupation = গায়িকা
| spouse = সুভাষ গোস্বামী
| children = পুত্ৰ এটি পুত্ৰ আৰু এটিকন্যা কন্যা
| nationality = ভাৰতীয়
| period = ১৯৭০-বৰ্তমান
Line 19 ⟶ 20:
| signature =
}}
'''নমিতা ভট্টাচাৰ্য''' ({{lang-en|Namita Bhattacharya}}) হৈছে [[অসম]], [[ভাৰত]]ৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীয়েগায়িকাগৰাকীৰ ১৯৭৬১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ ''[[তৰামাই]]''ত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটায় ৷ ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত[[আকাশবাণী]]ত গীত পৰিৱেশন কৰিছিল ৷ ৷কৰিছিল৷ '' আলি ঢাকি পৰ শালিকী,'', ''লাজ লাজ লাজ,'', ''সুধিছা তোমালৈ কিমান মৰম,'', '' আলফুলীয়া কপৌফুল'' আদি হৈছে তেখেতৰ কিছুমানকেইটামান সৰ্বজনসমাদৃত গীত ৷গীত৷ অসমৰ লগতে ভাৰতৰ কেইবাখনো ঠাইৰ লগতে ইউৰোপতো[[ইউৰোপ]]তো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰা নমিতা ভট্টাচাৰ্যই ২০২১ বৰ্ষৰ [[অসম চৰকাৰ]]ৰ পৰা 'শিল্পী বঁটা' লাভ কৰিবলৈ সক্ষম হৈছিল ৷কৰে৷ আধুনিক গীতৰ লগতে নমিতা ভট্টাচাৰ্যইতেখেতে পৰম্পৰাগত গীত-মাত, ভজন আৰু গজলো পৰিৱেশন কৰে ৷ <ref name="one">{{cite news | url=https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/24/dainik-asam/2976 | title=জনপ্ৰিয় কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য | work=দৈনিক অসম | date=২৪-১০-২০২১ | agency=দৈনিক অসম | accessdate=24 October 2021 | author=ভাগৱতী, কমল কুমাৰ | location=গুৱাহাটী | pages=দেওবৰীয়া পৰিপূৰিকা-৪}}</ref>
 
উল্লেখ্য যে, অসমৰ আন এগৰাকী জনপ্ৰিয় পুৰুষ কণ্ঠশিল্পী [[দ্বীপেন বৰুৱা]]ৰ সৈতে বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ দ্বৈত কণ্ঠৰ গীতত নমিতা ভট্টাচাৰ্যই কণ্ঠদান কৰি বিশেষ খ্যাতি তথা সমাদৰ লাভ কৰে ৷ তেখেতে বিশখনতকৈও অধিক অসমীয়া চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছে ৷কৰিছে৷
 
উল্লেখ্য যে, অসমৰ আন এগৰাকী জনপ্ৰিয় পুৰুষ কণ্ঠশিল্পী [[দ্বীপেন বৰুৱা]]ৰ সৈতে বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ দ্বৈত কণ্ঠৰ গীতত নমিতা ভট্টাচাৰ্যই কণ্ঠদান কৰি বিশেষ খ্যাতি তথা সমাদৰ লাভ কৰে ৷ তেখেতে বিশখনতকৈও অধিক অসমীয়া চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছে ৷
==প্ৰাৰম্ভিক জীৱন আৰু সাংগীতিক শিক্ষা==
নমিতা ভট্টাচাৰ্যৰ জন্ম হৈছিল [[নলবাৰী]] জিলাৰ [[টিহু]]ৰ সমীপৱৰ্তী [[মাখিবাহা]] গাঁৱত ৷ তেখেতৰ পিতৃ তাৰানাথ ভট্টাচাৰ্য আৰু মাতৃ নীলিমা ভট্টাচাৰ্য ৷ভট্টাচাৰ্য৷ পিতৃৰ চাকৰিক্ষেত্ৰ [[গুৱাহাটী]] হোৱা হেতুকে তেওঁলোকেতেখেতসকলে গুৱাহাটীৰে [[শিলপুখুৰী]]ত স্থায়ীভাৱে থাকিবলৈ লয় ৷লয়৷ নমিতা ভট্টাচাৰ্যই শৈশৱ আৰু কৈশোৰৰ দিন প্ৰায় শিলপুখুৰীতেই অতিবাহিত কৰিছিল ৷কৰিছিল৷ তেখেতে তাৰিণীচৰণ বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ [[সন্দিকৈ ছোৱালী মহাবিদ্যালয়|সন্দিকৈ মহাবিদ্যালয়]]ত উচ্চশিক্ষাৰ হেতু নামভৰ্তি কৰে৷ সৰুৰেপৰাই তেখেতে সংগীতৰোসংগীতৰ চৰ্চা কৰি আহিছিল ৷আহিছিল৷ পিতৃ-মাতৃৰ উৎসাহৰ বলতে তেখেতে ভূপেন দাসৰ ওচৰতে শাস্ত্ৰীয় সংগীত (কণ্ঠ) শিকে ৷শিকে৷ ইয়াৰ পিছত সংগীতজ্ঞ হীৰেন আৰু শিৱেন বেনাৰ্জীৰ ওচৰত তেখেতে শাস্ত্ৰীয় সংগীতসংগীতৰ (কণ্ঠ) শিক্ষা লয় ৷ <ref name="one" />
 
==কণ্ঠদান কৰা চলচ্চিত্ৰ==
{{refbegin|2}}
*[[তৰামাই]] (১৯৭৫)
*[[সোণমা]] (১৯৭৭)
*[[কল্লোল (চলচ্চিত্ৰ)|কল্লোল]] (১৯৭৮)
*[[মৰম]] (১৯৭৮)
*[[মৰমী]] (১৯৭৮)
*[[আশ্ৰয়]] (১৯৭৯)
*[[মানসী]] (১৯৭১)
*[[ৰাজা]] (১৯৮২)
*[[সাদৰী]] (১৯৮২)<ref name="man" /><ref name="bolchabi">{{Cite book |authors=Babul Das |year=1985 |title=অসমীয়া বোলছবিৰ গীতৰ সংকলন |pages= |publisher=Bani Mandir, Dibrugarh |accessdate=2020-06-03}}</ref>
{{refend}}
 
==লগতে চাওক==