ৰঞ্জন বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

correction (+ Non-free images should not be used if there are free images.)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
34 নং শাৰী:
১৯৯৯ চনত নগাঁৱৰ এ. ডি. পি. কলেজত অস্থায়ী শিক্ষক হিচাপে যোগদান কৰে। কলেজত শিক্ষকতা কৰি থাকোঁতেই বেজবৰুৱাই [[জ্যোতিপ্ৰসাদ আগৰৱালা|জ্যোতিপ্ৰসাদৰ]] ‘জানো জানো জানো, বিফলে নাযায়, মোৰ গানো’ শীৰ্ষক গীতটো সংস্কৃতলৈ অনুবাদ কৰে। উল্লেখযোগ্য যে, এইটোৱে তেওঁৰ প্ৰথমটো অনূদিত গীত। গীতটো তেওঁ শিক্ষক-সভা এখনত প্ৰথম গায় আৰু শিক্ষাগুৰুসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰে। পাছত ‘নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়’ত সংস্কৃত বিষয়ৰ স্থায়ী শিক্ষক হিচাপে যোগদান কৰে।
 
তেওঁ [[জ্যোতিপ্ৰসাদ আগৰৱালা|জ্যোতিপ্ৰসাদ]], [[বিষ্ণুপ্ৰসাদ ৰাভা|বিষ্ণু ৰাভা]], [[ভূপেন হাজৰিকা]], [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], ইকবাল, কবি প্ৰদীপ, [[এ. আৰ. ৰহমান|এ আৰ ৰহমান]] আদিৰ গীত যেনে- [[অসমৰ জাতীয় গীত|‘অ’ মোৰ আপোনাৰ দেশ]]’, ‘শুন শুন ৰে সুৰ’, ‘বৈষ্ণৱজন তো’ ‘একলা‘[[একলা চলো ৰে’ৰে]]’, ‘চাৰে জাহা চে আচ্ছা’ আদি [[সংস্কৃত ভাষালৈভাষা]]লৈ অনুবাদ কৰিছেকৰি আৰুস্বকণ্ঠে গাইছে।
 
তেওঁ ২০১৭ চনৰ জানুৱাৰী মাহত উত্তৰ-পূৱ ভাৰতৰ প্ৰথম আৰু দেশৰ দ্বিতীয়টো সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ গুৱাহাটীৰ বালাজী মন্দিৰৰ মঞ্চত মুকলি কৰে।<ref>{{cite web |url=https://www.telegraphindia.com/north-east/fresh-words-familiar-music/cid/1420701 |title=Fresh words, familiar music |last=Bhattacharyya |first=Smita |work=Telegraphindia.com |date=2017-01-07 |accessdate=2021-10-19 }}</ref> তেওঁ কণ্ঠদান কৰা কেইখনমান কথাছবি হ’ল- ‘মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ’ (২০১২), ‘[[যুগদ্ৰষ্টা (চলচ্চিত্ৰ)|যুগদ্ৰষ্টা]]’ (২০১৫); ‘সৰ্বগুণাকৰ শ্ৰীমন্তশঙ্কৰদেৱ’ (২০১৬); ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ (২০২০) আদি।