আৰ্টিমিচ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
18 নং শাৰী:
|tree= চাইপ্ৰেছ}}
 
'''আৰ্টিমিচ''' ({{lang-en|Artemis}} ({{IPAc-en|ˈ|ɑr|t|ɪ|m|ɪ|s}}) হৈছে চিকাৰ, বন-জংঘল, বন্য জীৱ-জন্তু, চন্দ্ৰ আৰু কুমাৰীত্বৰ গ্ৰীক দেৱী। তেওঁ ৰোমানসকলৰ দেৱী ডায়েনাৰ সমকক্ষ।
আৰ্টিমিচ জ্যুচ আৰু লেট'ৰ জীয়ৰী তথা [[এপ'ল']]ৰ যমজ ভগ্নী। তেওঁ বালিকাসকলৰ ৰক্ষক। আৰ্টিমিচক নাৰীসকলৰ ৰোগ আৰু ইয়াৰ নিৰাময়ৰ হোতা হিচাপে গণ্য কৰা হয়। সন্তান জন্ম আৰু ধাত্ৰীবিদ্যাৰ এক অন্যতম প্ৰধান দেৱী হিচাপে এইলেথিয়াৰ ওপৰিওউপৰিও আৰ্টিমিচৰ উপাসনা কৰা হয়। [[এথেনা]] আৰু হেষ্টিয়াৰ দৰে আৰ্টিমিচেও বিবাহপাশত আৱদ্ধ নহৈ চিৰকুমাৰী হৈ থকাৰ পণ লয়।
 
গ্ৰীকসকলৰ সৰ্বাধিক সন্মান লাভ কৰা দেৱ-দেৱীসমূহৰ ভিতৰত আৰ্টিমিচ অন্যতম আৰু ইফেচাছত থকা তেওঁৰ মন্দিৰ পৌৰাণিক বিশ্বৰ [[সপ্তম আশ্চৰ্যসমূহ]]ৰে এটা। ধনু-কাঁ‌ড়, তূণ আৰু চিকাৰ কৰা ডেগাৰৰ চিহ্নই আৰ্টিমিচক সূচোৱাৰ লগতে হৰিণ আৰু চাইপ্ৰেছ গছ তেওঁৰ বাবে পবিত্ৰ। আৰ্টিমিচৰ ৰোমান ৰূপ ডায়েনাক ৰোমৰ এভেনাইন পাহাৰত বিশেষভাৱে অৰ্চনা কৰা হয়।<ref name=":1" />
 
==আখ্যানসমূহ==
Line 34 ⟶ 32:
কেলিমেকাছৰ মতে জ্যুছৰ ঔৰসত লেট'ই গৰ্ভধাৰণ কৰাৰ বাবে জ্যুছৰ সহধৰ্মিণী হীৰা ক্ষুব্ধ হৈ পৰে আৰু লেট'ক মূল ভূখণ্ড বা দ্বীপ কোনো ঠাইতে সন্তান জন্ম দিবলৈ বাৰণ কৰে। কিন্তু ডিল'চ নামৰ দ্বীপটোৱে এই আদেশ অমান্য কৰে আৰু লেট'ক সন্তান প্ৰসৱৰ অনুমতি দিয়ে। অৱশ্যে হোমাৰৰ শ্লোকৰ মতে এই দ্বীপটো আছিল অৰ্টিজিয়া।<ref>Hammond. ''Oxford Classical Dictionary.'' 597-598.</ref>
 
অধিকাংশ আখ্যানৰ মতে আৰ্টিমিচৰ জন্ম এপ'ল'তকৈ আগত হৈছিল আৰু ভ্ৰাতৃৰ জন্মৰ সময়ত লেট'ৰ বাবে ধাত্ৰীৰ কাম কৰিছিল।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/আৰ্টিমিচ"ৰ পৰা অনা হৈছে