মাখিবাহা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
74 নং শাৰী:
ডাঃঅঞ্জন ভট্টাচাৰ্য্য আৰু কেইবাজনো চিকিৎসকে চিকিৎসা বিজ্ঞানলৈ যুগমীয়া সেৱা আগবঢ়াই মাখিবাহাৰ সুনাম বঢ়াইছে।
 
==অন্যান্য সংযোজনঅনুষ্ঠান==
===মাখিবাহা গ্ৰামোন্নয়ন সমিতি===
মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে বৃহত্তৰ মাখিবাহাৰ উন্নয়নৰ কাম-কাজ তদাৰক কৰে। ১৯৮৪ খ্ৰীঃত মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে ইয়াৰ সংবিধানখন ৰচনা কৰে। বৰ মাখিবাহা, ক্ষুদ্ৰ মাখিবাহা আৰু শাক্তিপাৰা নামৰ তিনিখন ৰাজহ গাঁও আৰু জলখানা গাঁৱৰ কিয়দাংশ মিলি ''বৃহত্তৰ মাখিবাহা গ্ৰামোন্নয়ন সমিতি'' গঠন হৈছে।২১হৈছে। ২১ টা সৰু-বৰ চুবুৰী আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেইটামান পৰিয়ালৰেপৰিয়ালেৰে গঠিত এই গাঁৱখনৰ চাৰিটা লাট চাৰিজন গাঁৱবুঢ়াইগাঁওবুঢ়াই তদাৰক কৰে। প্ৰতি চুবুৰীৰ ৫০ টা পৰিয়ালৰ পৰা সমাজসেৱাৰ মহান কৰ্মৰ বাবে নিৰ্বাচিত হৈ অহা ৫০ জন কাৰ্যকৰী সদস্য, আৰু ৭ জন নিৰ্বাচিত পৰামৰ্শদাতাৰ দ্বাৰা মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ কাৰ্যকৰী সমিতি গঠন কৰা হয়। ইয়াৰ উপৰি সভা মহোৎসৱ সু-পৰিচালনাৰ বাবে মাখিবাহা সভাৰ সময়ত আৰু কিছু সমাজ সচেতক ব্যক্তিব্যক্তিক অন্তৰ্ভুক্ত কৰি সমিতিৰ কলেবৰ বৰ্দধিৰবৃদ্ধি কৰা হয়। এই কাৰ্যকৰী সমিতিয়ে মাখিবাহা গ্ৰামোন্নয়নৰ সংবিধান আৰু সাধাৰণ সভাৰ নিৰ্দেশনা মানি মাখিবাহা গাঁৱৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ হেতু কাম কৰি যায়।মাখিবাহাবাসীমাখিবাহাবাসী ৰাইজে গাঁৱখনৰ বিভিন্ন দিশত উন্নয়নৰ বাবে যদিও বিভিন্ন অনুশঠানঅনুষ্ঠান গঢ়ি তুলিছে, মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে হৈছে গাঁৱখনৰ মূল চালিকা শক্তি।
 
===মাখিবাহা সভা===
"https://as.wikipedia.org/wiki/মাখিবাহা"ৰ পৰা অনা হৈছে