223 নং শাৰী:
|style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em; " | '''বিচাৰক পদক'''
|-
|style="vertical-align: middle; border-top: 1px solid gray; " |প্ৰিয় অগ্ৰজ, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা [[ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১]] প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিলে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালোকলৈ এই সামান্য পদক এটি আগবঢ়ালো। -[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) 15:46, 1 October 2021 (ইউ.টি.চি.)
|}