বঙালী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
24 নং শাৰী:
|mapcaption = মাতৃভাষা হিচাপে বঙালী ভাষাৰ ভৌগোলিক বিস্তাৰ}}
'''বঙালী''', '''বঙলা''' বা '''বাংলা''' হৈছে [[দক্ষিণ এছিয়া|দক্ষিণ এছিয়াৰ]] পূৰ্বপ্ৰান্তৰ এটা [[ভাৰত-আৰ্য ভাষা পৰিয়াল|ইন্দো-আৰ্য ভাষা]]। [[সংস্কৃত]], [[পালি]] আৰু [[প্ৰাকৃত]] ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে।
বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত ''বঙ্গ'' বা ''বাংলা'' নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। এই অঞ্চলত বৰ্তমানে ৰাজনৈতিকভাৱে স্বাধীন ৰাষ্ট্ৰ [[বাংলাদেশ]] আৰু [[ভাৰত|ভাৰতৰ]] অঙ্গৰাজ্য [[পশ্চিমবঙ্গ]] আরুআৰু ত্রিপুরাক[[ত্ৰিপুৰা|ত্ৰিপুৰাক]] লৈ গঠন হৈছে। প্ৰায় ৩০ কোটি মানুহৰ [[ভাষা]] বঙালী বিশ্বৰ বহুল প্ৰচলিত ভাষাসমূহৰ মাজৰ এটা ভাষা (ভাষাভাষীৰ সংখ্যানুসাৰে ইয়াৰ অৱস্থান চতুৰ্থৰ পৰা সপ্তমৰ মাজত)। বঙালী [[বাংলাদেশ]]ৰ প্ৰধান ভাষা; [[ভাৰতবৰ্ষ]]ত বঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা।<ref name="secondmost">{{cite web
| url = http://www.ethnologue.com/show_country.asp?name=IN
| title = Languages of India