বঙালী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
50 নং শাৰী:
# মধ্য বঙালী (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন [[চণ্ডীদাস|চণ্ডীদাসৰ]] ''[[শ্ৰীকৃষ্ণকীৰ্তন]]''; শব্দৰ শেষত “অ” ধ্বনিৰ [[বিলোপ]]; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
# আধুনিক বঙালী (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে ''তাহাৰ'' → ''তাৰ''; ''কৰিয়াছিল'' → ''কৰেছিল'')।
বঙালী ভাষা ঐতিহাসিক ভাৱে [[পালি ভাষা|পালিৰ]] লগত বেছি সম্পৰ্কিত হ’লেও মধ্য বঙালীৰ ([[চৈতন্য]] যুগেত) আৰু বঙালী সাহিত্যৰ আধুনিক নৱজাগৰণৰ সময়ত বঙালীৰ ওপৰত [[সংস্কৃত ভাষা|সংস্কৃত ভাষাৰ]] প্ৰভাৱ বৃদ্ধি পায়। দক্ষিণ এছিয়াৰ আধুনিক [[ইন্দো-ইউৰোপীয় ভাষাসমূহ|ইন্দো-ইউৰোপীয় ভাষাসমূহৰ]] মাজত বঙালী আৰু মাৰাঠিৰ শব্দবোৰৰ মাজত বহুটো সংস্কৃত শব্দ আছে; আন দিশে [[হিন্দী ভাষা|হিন্দী]] আৰু অন্যান্য ভাষাবোৰ [[আৰবী]] আৰু [[ফাৰ্ছী ভাষা]]ৰ দ্বাৰা প্ৰভাবিত হৈছে।
[[চিত্ৰ:Shaheed minar Roehl.jpg|thumb|right|বঙালী ভাষা ৰক্ষাৰ বাবে আন্দোলনকাৰীসকলৰ স্মৰণত নিৰ্মিত [[ঢাকা]]-ৰ [[শ্বহীদ মিনাৰ]]]]
১৮শ শতিকাৰ পূৰ্বে বঙালী ভাষাৰ ব্যাকৰণ ৰচনাৰ ক্ষেত্ৰত কোনোও উদ্যোগ লোৱা নাছিল। পৰ্তুগিজ মিশ্যনেৰী পাদ্ৰী [[মানোএল দা আছসুম্পসাঁউ]] ''Vocabolario em idioma Bengalla, e Portuguez dividido em duas partes'' নামত বঙালী ভাষাৰ প্ৰথম [[অভিধান]] আৰু [[ব্যাকৰণ]] ৰচনা কৰে; ১৭৩৪ ৰ পৰা ১৭৪২ চন পৰ্যন্ত ভাওয়ালত কৰ্মৰত অৱস্থাত তেও এইখন লিখিছিল।<ref name="firstgram">{{cite web