বঙালী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
|map= Bengalispeaking_region.png
|mapcaption = মাতৃভাষা হিচাপে বঙালী ভাষাৰ ভৌগোলিক বিস্তাৰ}}
'''বঙালী''', '''বঙলা''' বা '''বাংলা''' হৈছে [[দক্ষিণ এছিয়া|দক্ষিণ এছিয়াৰ]] পূৰ্বপ্ৰান্তৰ এটা [[ভাৰত-আৰ্য ভাষা পৰিয়াল|ইন্দো-আৰ্য ভাষা]]। [[সংস্কৃত]], [[পালি]] আৰু [[প্ৰাকৃত]] ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে। প্ৰায় ৩০ কোটি মানুহৰ [[ভাষা]] বঙালী মাতৃভাষাৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা।
বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত ''বঙ্গ'' বা ''বাংলা'' নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। এই অঞ্চলত বৰ্তমানে ৰাজনৈতিকভাৱে স্বাধীন ৰাষ্ট্ৰ [[বাংলাদেশ]] আৰু [[ভাৰত|ভাৰতৰ]] অঙ্গৰাজ্য [[পশ্চিমবঙ্গ]] আৰু [[ত্ৰিপুৰা|ত্ৰিপুৰাক]] লৈ গঠন হৈছে। প্ৰায় ৩০ কোটি মানুহৰ [[ভাষা]] বঙালী বিশ্বৰ বহুল প্ৰচলিত ভাষাসমূহৰ মাজৰ এটা ভাষা (ভাষাভাষীৰ সংখ্যানুসাৰে ইয়াৰ অৱস্থান চতুৰ্থৰ পৰা সপ্তমৰ মাজত)। বঙালী [[বাংলাদেশ]]ৰ প্ৰধান ভাষা; [[ভাৰতবৰ্ষ]]ত বঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা।<ref name="secondmost">{{cite web
| url = http://www.ethnologue.com/show_country.asp?name=IN
| title = Languages of India
| accessdate = 2006-11-17
| last = Gordon
| first = Raymond G., Jr. (ed.
| year = 2005
| work = Ethnologue: Languages of the World, Fifteenth edition.
| publisher = SIL International
}}</ref><ref name="lang1991">{{cite web
| url = http://www.censusindia.net/cendat/language/lang_table1.PDF
| title = Languages in Descending Order of Strength - India, States and Union Territories - 1991 Census
| accessdate = 2006-11-19
| year =
| month =
| work = Census Data Online
| publisher = Office of the Registrar General, India
| pages =1
}}</ref> [[অসমীয়া ভাষা|অসমীয়া]] আৰু বঙালী ভৌগোলিকভাবে সকলোতকৈ পূৰ্বতে অৱস্থিত [[ভাৰত-ইৰানীয়া ভাষাসমূহ|ভাৰত-ইৰানীয়া ভাষা]]।
 
== ইতিহাস ==
Line 81 ⟶ 62:
 
== চৰকাৰী মৰ্য্যদা ==
বঙালী দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ [[বাংলাদেশ|বাংলাদেশৰ]] একমাত্ৰ স্বীকৃত ৰাষ্ট্ৰভাষা। ইয়াৰ বাহিৰেও [[ভাৰতীয় সংবিধান]]ৰ দ্বাৰা স্বীকৃত ২৩টা চৰকাৰী ভাষাৰ মাজতো বঙালী অন্যতম।<ref name="secondmost">{{cite web|url=http://www.ethnologue.com/show_country.asp?name=IN|title=Languages of India|accessdate=2006-11-17|last=Gordon|first=Raymond G., Jr. (ed.|year=2005|work=Ethnologue: Languages of the World, Fifteenth edition.|publisher=SIL International}}</ref> [[ভাৰত|ভাৰতৰ]] [[পশ্চিমবঙ্গ]] আৰু [[ত্ৰিপুৰা]] ৰাজ্যৰ চৰকাৰী ভাষা হ'ল বঙালী<ref>{{cite news|url=http://www.ndtv.com/convergence/ndtv/story.aspx?id=NEWEN20080048434|title=It's Indian language vs Indian language|last=Bhattacharjee|first=Kishalay|date=April 30, 2008|accessdate=2008-05-27|work=[[NDTV|ndtv.com]]}}</ref> লগতে [[অসম]] ৰাজ্যৰ [[বৰাক উপত্যকা|বৰাক উপত্যকাৰ]] তিনিখন জিলা [[কাছাৰ জিলা|কাছাৰ]], [[কৰিমগঞ্জ জিলা|কৰিমগঞ্জ]] আৰু [[হাইলাকান্দি জিলা|হাইলাকান্দিত]] স্বীকৃত চৰকাৰী ভাষা হ'ল বঙালী।<ref>{{cite web
| author = NIC, Assam State Centre, Guwahati, Assam
| publisher = Government of Assam | url=http://www.assam.gov.in/language.asp | archiveurl=http://web.archive.org/web/20061206111055/http://www.assam.gov.in/language.asp | archivedate=2006-12-06 | title=Language | accessdate=2006-06-20