বঙালী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
|map= Bengalispeaking_region.png
|mapcaption = মাতৃভাষা হিচাপে বঙালী ভাষাৰ ভৌগোলিক বিস্তাৰ}}
'''বঙালী''', '''বঙলা''' বা '''বাংলা''' হৈছে [[দক্ষিণ এছিয়া|দক্ষিণ এছিয়াৰ]] পূৰ্বপ্ৰান্তৰ এটা [[ভাৰত-আৰ্য ভাষা পৰিয়াল|ইন্দো-আৰ্য ভাষা]]। [[সংস্কৃত]], [[পালি]] আৰু [[প্ৰাকৃত]] ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে। প্ৰায় ৩০ কোটি মানুহৰ [[ভাষা]] বঙালী মাতৃভাষাৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা। বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত ''বঙ্গ'' বা ''বাংলা'' নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। বঙালী [[বাংলাদেশ]]ৰ প্ৰধান ভাষা আৰু একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা। [[ভাৰতবৰ্ষ]]ত বঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা।<ref name="secondmost2">{{cite web|url=http://www.ethnologue.com/show_country.asp?name=IN|title=Languages of India|accessdate=2006-11-17|last=Gordon|first=Raymond G., Jr. (ed.|year=2005|work=Ethnologue: Languages of the World, Fifteenth edition.|publisher=SIL International}}</ref><ref name="lang1991">{{cite web|url=http://www.censusindia.net/cendat/language/lang_table1.PDF|title=Languages in Descending Order of Strength - India, States and Union Territories - 1991 Census|accessdate=2006-11-19|year=|month=|work=Census Data Online|publisher=Office of the Registrar General, India|pages=1}}</ref> বঙালী হৈছে ভাৰতৰ [[পশ্চিমবঙ্গ]], ত্ৰিপুৰা, [[অসম|অসমৰ]] [[বৰাক উপত্যকা|বৰাক উপত্যকাৰ]] চৰকাৰী ভাষা আৰু বংগোপসাগৰত অৱস্থিত আন্দামান দ্বীপপুঞ্জৰ প্ৰধান কথিত ভাষা।
 
== ইতিহাস ==