শ্বিণ্ট': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''শ্বিণ্ট'''' ({{Lang-ja|神道|translit=Shintō}}) এটি জাপানী ধৰ্ম। গৱেষকে এই ধৰ্মক পূব এছিয়াৰ ধৰ্মসমূহৰ মাজত স্থান দিয়ে।<ref>The Cliveland Museum of Art. Asian Odyssey. https://www.clevelandart.org/sites/default/files/documents/lesson-plans/cma_lesson_ao_4religions.pdf</ref> শ্বিণ্ট...
 
No edit summary
1 নং শাৰী:
[[File:Itsukushima_Gate.jpg|link=https://en.wikipedia.org/wiki/File:Itsukushima_Gate.jpg|thumb|হিৰ'শ্বিমা স্থিত বিখ্যাত ট'ৰি প্ৰৱেশদ্বাৰ। ট'ৰি হৈছে ৰাজহুৱা শ্বিণ্ট' মঠৰ প্ৰৱেশদ্বাৰ।]]
'''শ্বিণ্ট'''' ({{Lang-ja|神道|translit=Shintō}}) এটি [[জাপান|জাপানী]] ধৰ্ম। গৱেষকে এই ধৰ্মক [[পূব এছিয়া]]ৰ ধৰ্মসমূহৰ মাজত স্থান দিয়ে।<ref>The Cliveland Museum of Art. Asian Odyssey. https://www.clevelandart.org/sites/default/files/documents/lesson-plans/cma_lesson_ao_4religions.pdf</ref> শ্বিণ্ট' ধৰ্মী লোকে সাধাৰণতে এই ধৰ্মক জাপানৰ আদিবাসী ধৰ্ম জ্ঞান কৰে। ই এক প্ৰকৃতিবাদী ধৰ্ম। এই ধৰ্মৰ কোনো কেন্দ্ৰীয় প্ৰশাসক নাই, আৰু শ্বিণ্ট' বিশ্বাসীৰ মাজত ভিন ভিন ধৰণৰ ৰীতি-নীতি দেখা যায়।
 
"https://as.wikipedia.org/wiki/শ্বিণ্ট%27"ৰ পৰা অনা হৈছে