ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
16 নং শাৰী:
==১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচন==
{{Main|ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭৭}}
১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত বিভিন্ন ঘটনাপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমবাৰৰ বাবে [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলে শাসনৰ বাঘজৰী হেৰুৱাবলগীয়া হৈছিল। ২১মহীয়া অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থাৰ সামৰণি পেলাই প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]য়ে ষষ্ঠ [[লোকসভা]] গঠনৰ উদ্দেশ্যে সাধাৰণ নিৰ্বাচন ঘোষণা কৰিছিল। জয়প্ৰকাশ নাৰায়ণৰ প্ৰচেষ্টাত ভাৰতীয় লোকদলৰ নেতৃত্বত ইন্দিৰা বিৰোধী বিভিন্ন ৰাজনৈতিক দল লগলগাই গঠন কৰা জনতা মৰ্চাই ২৯৮খন আসন লাভ কৰিছিল। [[মোৰাৰজী দেশাই]]ক মৰ্চাৰ নেতা নিৰ্বাচন কৰা হৈছিল আৰু তেনেকৈয়ে তেওঁ ভাৰতৰ প্ৰথমজন অনা-কংগ্ৰেছ প্ৰধানমন্ত্ৰী হৈছিল। নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত জনতা মৰ্চাৰ দলবোৰ বিলুপ্তি ঘটাই জনতা পাৰ্টি গঠন কৰা হৈছিল। কংগ্ৰেছে পাইছিল মাত্ৰ ১৫৩খন আৰু হেৰুৱাবলগীয়া হৈছিল ১৯৭খন আসন। ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ [[:en:Sanjay Gandhi|সঞ্জয় গান্ধী]] উভয়ে পৰাজয় বৰণ কৰিছিল।<ref>M.R. Masani, "India's Second Revolution," ''Asian Affairs'' (1977) 5#1 pp 19–38.</ref>
 
==সংস্কৃতিত==