মায়া এঞ্জেলো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
সাল-সলনি |
শুধৰণি |
||
29 নং শাৰী:
| children = এগৰাকী
}}
'''মায়া এঞ্জেলো''' ({{lang-en|Maya Angelou}}; {{IPAc-en|audio=En-us-Maya Angelou.ogg|ˈ|æ|n|dʒ|ə|l|oʊ}} {{Respell|AN|jə|loh}}; <ref>{{cite web|url = http://www.swisseduc.ch/english/readinglist/angelou_maya/pronun.html|archive-url = https://web.archive.org/web/20131217043543/http://www.swisseduc.ch/english/readinglist/angelou_maya/pronun.html|archive-date = December 17, 2013|title = Maya Angelou|date = December 17, 2013|publisher = SwissEduc.com}}</ref><ref>{{Cite magazine |title = Dr. Maya Angelou|date = December 2009|last = Glover|first = Terry|magazine = Ebony|issue = 2|page = 67|volume = 65}}</ref> জন্মনাম: '''মাৰ্গেৰিটা এনি জনছন'''; জন্ম: ৪ এপ্ৰিল, ১৯২৮- মৃত্যু: ২৮ মে’, ২০১৪) এগৰাকী আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী। তেওঁ
যুৱ অৱস্থাত ৰান্ধনী (fry cook), যৌন কৰ্মী, নাইট ক্লাবৰ নৰ্তকী, দক্ষিণ খ্ৰীষ্টান নেতৃত্ব সন্মিলন( চাউথ খ্ৰীষ্টিয়ান লিডাৰশ্বিপ কনফাৰেন্স)ৰ সমন্বয়ক তথা আফ্ৰিকা ঔপনিবেশিক শাসনৰপৰা মুক্ত হোৱাৰ সময়ত, ইজিপ্ত আৰু ঘানাত সংবাদদাতা আদিকে ধৰি বিভিন্ন বিচিত্ৰ চাকৰি কৰাৰ পিছত মায়া এঞ্জেলোৱে এগৰাকী কবি আৰু লেখক ৰূপে পৰিচয় লাভ কৰে। মায়া আছিল এগৰাকী অভিনেত্ৰী, লেখিকা, পৰিচালক আৰু লগতে নাটক, চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ প্ৰযোজক। ১৯৮২ চনত, তেওঁক নৰ্থ কেৰ’লিনাৰ উইনষ্টন-চালেমত অৱস্থিত, ৱেক ফৰেষ্ট বিশ্ববিদ্যালয়ৰ আমেৰিকান অধ্যয়ন বিষয়ৰ প্ৰথম ৰেনল্ডছ্ অধ্যাপক হিচাপে মনোনীত কৰা হয়। তেওঁ নাগৰিক অধিকাৰ আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ সৈতে কাম কৰিছিল। ১৯৯০ দশকৰ আৰম্ভণিতে, ম্যালকম এক্সে যেতিয়া এই আন্দোলন আৰম্ভ কৰে এঞ্জেলোৱে বছৰত প্ৰায় ৮০ টাকৈ বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, যিটো তেওঁ আশীৰ দশকলৈকে অব্যাহত ৰাখিছিল। ১৯৯৩ চনত বিল ক্লিণ্টনৰ প্ৰথম অভিষেক অনুষ্ঠানত এঞ্জেলোৱে তেওঁৰ কবিতা "অন দ্য পালচ্ অৱ মৰ্ণিং" (১৯৯৩) আবৃত্তি কৰে; ১৯৬১ চনত জন এফ কেনেডিৰ অভিষেক অনুষ্ঠানত আবৃত্তি কলা প্ৰদৰ্শন কৰা ৰবাৰ্ট ফ্ৰষ্টৰ পিছতে মায়া প্ৰথমগৰাকী কবি, যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত উদ্বোধনী আবৃত্তি প্ৰদৰ্শন কৰিছিল।
|