ছিলভিয়া প্লাথ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্য সংযোগ
লিখি থকা হৈছে।
27 নং শাৰী:
'''ছিলভিয়া প্লাথ''' ({{lang-en|Sylvia Plath}}; {{IPAc-en|p|l|æ|θ}}; জন্ম: ২৭ অক্টোবৰ, ১৯৩২; মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৬৩) এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক। কবিতাৰ মাধ্যমেৰে ''কনফেচনেল পয়েট্ৰি''ৰ ধাৰাটো আগবঢ়াই নিয়াৰ বাবে প্লাথক বিশেষ শ্ৰেয় প্ৰদান কৰা হয়। প্লাথ তেওঁৰ প্ৰকাশিত কাব্য-সংকলন ''দ্য ক’ল’চাছ এণ্ড আডাৰ পয়েমচ্‌'' (১৯৬০) আৰু ''এৰিয়েল'' (১৯৬৫)ৰ লগতে তেওঁৰ চুটি আত্মজীৱনীমূলক উপন্যাস ''দ্য বেল ঝাৰ''ৰ বাবে প্ৰসিদ্ধ, যিখন ১৯৬৩ চনত তেওঁৰ মৃত্যু হোৱাৰ ঠিক আগে আগে প্ৰকাশ হৈছিল। পূৰ্বতে অপ্ৰকাশিত লেখাসমূহৰ অন্তৰ্ভুক্তিৰে''দ্য কলেক্টেড পয়েম'' প্ৰকাশ হৈছিল ১৯৮১ চনত। এই সংকলনখনৰ বাবে প্লাথে ১৯৮২ চনত পুলিৎজাৰ বঁটাৰে পুৰস্কৃত হৈছিল। মৰণোত্তৰভাৱে এই বঁটা লাভ কৰা প্লাথ হৈছে চতুৰ্থগৰাকী ব্যক্তি। <ref>{{cite news |last1=Kihss |first1=Peter |title=Sessions, Sylvia Plath and Updike Are Among Pulitzer Prize Winners |url=https://archive.nytimes.com/www.nytimes.com/books/98/03/01/home/plath-pulitzer.html |access-date=10 March 2021 |work=[[The New York Times]] }}</ref>
 
মাচাচুচেটছৰ বষ্টনত প্লাথে জন্মগ্ৰহণ কৰিছিল আৰু অধ্যয়ন কৰিছিল স্মিথ কলেজ আৰু কেমব্ৰিজৰ নিউনহাম কলেজ, [[ইংলেণ্ড|ইংলেণ্ডত]]। তেওঁ ১৯৫৬ চনত সহকবি টেড হিউজক বিয়া কৰায় আৰু তেওঁলোকে একেলগে [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা যুক্তৰাষ্ট্ৰত]] আৰু তাৰ পিছত [[ইংলেণ্ড|ইংলেণ্ডত]] বাস কৰে। তেওঁলোকৰ সম্পৰ্ক অশান্ত আছিল আৰু তেওঁৰ চিঠিবোৰত প্লাথে স্বামীৰ হাতেৰে উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল।<ref>{{Cite news|url=https://www.theguardian.com/books/2017/apr/11/unseen-sylvia-plath-letters-claim-domestic-abuse-by-ted-hughes|title=Unseen Sylvia Plath letters claim domestic abuse by Ted Hughes|last=Kean|first=Danuta|date=11 April 2017|work=The Guardian|access-date=9 March 2021|issn=0261-3077|quote=The letters are part of an archive amassed by feminist scholar Harriet Rosenstein seven years after the poet’s death, as research for an unfinished biography. }}</ref> ১৯৬২ চনত পৃথক হোৱাৰ আগতে, তেওঁলোক দুটাদুটি সন্তানৰ পিতৃ-মাতৃ হৈছিল।
 
তেওঁৰ প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় প্লাথ ক্লিনিকেলী ডিপ্ৰেছড (হতাশাগ্ৰস্ত) আছিল আৰু ইলেক্ট্ৰক’নভালচিভ থেৰাপীৰে তেওঁক বহুবাৰ চিকিৎসা প্ৰদান কৰা হৈছিল। ১৯৬৩ চনত প্লাথে আত্মহনন কৰে।
 
==ব্যক্তিগত জীৱন তথা কৰ্মজীৱন==
===জীৱনৰ প্ৰথমছোৱা===
১৯৩২ চনৰ ২৭ অক্টোবৰত মাচাচুচেটছৰ বষ্টনত ছিলভিয়া প্লাথৰ জন্ম হৈছিল।<ref>{{cite web|url=https://www.poets.org/poetsorg/poet/sylvia-plath |title=Sylvia Plath – Poet &#124; Academy of American Poets |publisher=Poets.org |date= February 4, 2014|access-date=March 9, 2018}}</ref><ref name="ODNB">{{Cite ODNB|id=37855|title=Plath [married name Hughes], Sylvia|last1=Brown|first1=Sally|last2=Taylor|first2=Clare L.|year=2017}}</ref> তেওঁৰ মাতৃ অ’ৰেলিয়া স্কুবাৰ প্লাথ (১৯০৬-১৯৯৪) অষ্ট্ৰিয়ান বংশোদ্ভূত দ্বিতীয় প্ৰজন্মৰ আমেৰিকান আছিল আৰু তেওঁৰ দেউতাক অ’ট’ প্লাথ (১৮৮৫-১৯৪০) আছিল [[জাৰ্মানী|জাৰ্মানীৰ]] গ্ৰাবোৰৰ।<ref>Kirk (2004) [https://books.google.com/books?id=NBlJYGHVESwC&pg=PA9 p. 9]</ref> প্লাথৰঅ’ট’ দেউতাকপ্লাথ এজন পতঙ্গবিদ আছিল আৰু বষ্টন বিশ্ববিদ্যালয়ৰ জীৱ-বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। তেওঁ মৌমাখি প্ৰজাতিৰ ''বাম্বলবী'' পতংগৰ বিষয়ে এখন কিতাপ লিখিছিল। <ref name="Axelrod">{{cite encyclopedia |last=Axelrod |first=Steven |date=April 24, 2007 |orig-year=First published <!--September 17, -->2003 |title=Sylvia Plath |encyclopedia=[[The Literary Encyclopedia (English)|The Literary Encyclopedia]] |url=http://www.litencyc.com/php/speople.php?rec=true&UID=3579 |access-date=June 1, 2007 |url-access=subscription}}</ref>
 
১৯৩৫ চনৰ ২৭ এপ্ৰিলত, প্লাথৰ ভায়েক ৱাৰেনৰ জন্ম হয়।<ref name="ODNB"/> ১৯৩৬ চনত পৰিয়ালটো মাচাচুচেটছৰ জামাইকা প্লেইনৰ ২৪ প্ৰিন্স ষ্ট্ৰীটৰ পৰা ৯২ জনছন এভিনিউ, ৱিনথ্ৰপলৈ স্থানান্তৰিত হয়।<ref>{{cite web |last=Steinberg |first=Peter K. |year=2007 |orig-year=First published 1999 |url=http://www.sylviaplath.info/biography.html |title=A celebration, this is |work=sylviaplath.info |archive-url=https://web.archive.org/web/20150319215120/http://www.sylviaplath.info/biography.html |archive-date=March 19, 2015 |url-status=live}}</ref> ৱিনথ্ৰপত থাকোঁতেই, আঠ বছৰ বয়সত বষ্টন হেৰাল্ডৰ শিশু শাখাত প্লাথৰ প্ৰথমটো কবিতা প্ৰকাশ হয়।<ref>Kirk (2004) p. 23</ref> পৰৱৰ্তী কেইবছৰমানত আঞ্চলিক আলোচনী আৰু বাতৰি কাকতত প্লাথৰ একাধিক কবিতা প্ৰকাশ পায়।<ref name="poets1">{{cite web |title=Sylvia Plath |publisher=Academy of American Poets |url=https://www.poets.org/poetsorg/poet/sylvia-plath |archive-url=https://web.archive.org/web/20170204042226/https://www.poets.org/poetsorg/poet/sylvia-plath |archive-date=February 4, 2017 |url-status=live|date=February 4, 2014 }}</ref> ১১ বছৰ বয়সত প্লাথে এখন আলোচনী ৰাখিবলৈ আৰম্ভ কৰে।<ref name="poets1"/> লিখাৰ উপৰিও, এগৰাকী শিল্পী হিচাপেও প্লাথৰ সম্ভাৱনীয়তা প্ৰকাশ পাইছিল; ১৯৪৭ চনত ''স্কলাষ্টিক আৰ্ট এণ্ড ৰাইটিং এৱাৰ্ডছৰএৱাৰ্ডছ''ৰ পৰা প্লাথ তেওঁৰ চিত্ৰসমূহৰ বাবে পুৰস্কৃত হয়।<ref>Kirk (2004) p. 32</ref> ''তেওঁৰ তৰুণ বয়সত প্লাথ উচ্চভিলাষাৰেউচ্চাভিলাষাৰে সফলতাৰ দিশে ধাৱিত হৈছিল। ''<ref name="poets1"/> প্লাথৰ আই কিউ (IQ) আছিল প্ৰায় ১৬০।<ref>{{cite book |url= https://books.google.com/books?id=PynC8TFoqOYC&pg=PA27 |title=Sylvia Plath: Method and Madness |page=27 |last=Butscher |first=Edward |publisher=IPG |date=2003 |isbn=978-0971059825}}</ref><ref>{{cite book |url= https://books.google.com/books?id=cpc7CJH1-s8C&pg=RA1-PA388 |title=Encyclopedia of Creativity, Two-Volume Set |page=388 |editor1-last=Runco |editor1-first=Mark A. |editor2-last=Pritzker |editor2-first=Steven R.| publisher=Academic Press |date=1999 |isbn=978-0122270758}}</ref>
 
১৯৪০ চনৰ ৫ নৱেম্বৰ তাৰিখে, প্লাথৰ আঠ বছৰীয়া জন্মদিনৰ পাছত তেওঁৰ দেউতাক অ’ট’ প্লাথৰ মৃত্যু হয়।<ref name="Axelrod"/> দেউতাকৰ মৃত্যুৰ পাছত প্লাথৰ বিশ্বাস দোলায়িত হ’বলৈ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী গোটেই জীৱনকালছোৱা প্লাথে ধৰ্ম সম্পৰ্কে দ্বিধাগ্ৰস্ততা প্ৰকাশ কৰিছিল।<ref>Peel (2007) pp. 41–44</ref> দেউতাকৰ কবৰ দৰ্শনৰ পাছত প্লাথে তেওঁৰ "Electra on Azalea Path" কবিতাটো লিখি উলিয়াইছিল। স্বামীৰ মৃত্যুৰ পিছত, ১৯৪২ চনত, দুয়োটা সন্তান আৰু পিতৃ-মাতৃ সহ অ’ৰেলিয়া ২৬ এলমউড ৰোড, ৱেলেছলী, মাচাচুচেটছলৈ গুচি আহিছিল। ইয়াৰপৰাই ১৯৫০ চনত ছিলভিয়াই হাইস্কুলীয়া শিক্ষা সাং কৰে।<ref name="ODNB"/>
42 নং শাৰী:
[[File:Smith College.jpg|alt=|thumb|left|স্মিথ কলেজ, নৰ্থামটন, মাচাচুচেটছ]]
 
১৯৫০ চনত ছিলভিয়া মাচাচুচেটছৰ স্মিথ কলেজত ভৰ্তি হয়। স্মিথ কলেজ আছিল এখন ব্যক্তিগত, লিবাৰেল মহিলা কলা মহাবিদ্যালয়। প্লাথ এগৰাকী চোকা ছাত্ৰী আছিল। স্মিথত থাকোঁতে, তেওঁ লৰেন্স হাউচত বাস কৰিছিল, তেওঁ থকা পুৰণি কোঠাৰ বাহিৰত এতিয়াও এখন ফলক পোৱা যায়। প্লাথে ''দ্য স্মিথ ৰিভিউ'' সম্পাদনা কৰিছিল। কলেজৰ তৃতীয় বৰ্ষৰ পিছত, ''মেডমোইচেল'' আলোচনীত অতিথি সম্পাদক হিচাপে প্লাথক এক আকাংক্ষিত পদবী প্ৰদান কৰা হয়, যাৰ বাবে তেওঁ এমাহ নিউয়ৰ্কত অতিবাহিত কৰে।<ref name="ODNB" /> এই অভিজ্ঞতাটো তেওঁছিলভিয়াৰ আশাবাবে কৰাঅনাকাংক্ষিত ধৰণৰ নাছিলআছিল, আৰু সেই গ্ৰীষ্মৰ কালছোৱাত সংঘটিত হোৱা বহুতো ঘটনা পিছলৈ তেওঁ তেওঁৰ উপন্যাস ''দ্য বেল ঝাৰ''ত উল্লেখ কৰিছে।<ref name=":0">{{cite web|title=Sylvia Platt|url=https://sophia.smith.edu/blog/smithipedia/alumnae/sylvia-plath-1955/|access-date=20 June 2021|website=Smith College|publisher=Smith College}}</ref>
 
সম্পাদকে ৱেলছ কবি ডিলান থমাছৰ সৈতে আয়োজন কৰা এখন বৈঠকত তেওঁ উপস্থিত নথকাৰ বাবে প্লাথৰ বৰ খং উঠিছিল- থমাছ হৈছে সেইগৰাকী লেখক যাক ছিলভিয়াই তেওঁৰ "জীৱনতকৈও বেছি" ভাল পাইছিল। থমাছক লগ পোৱাৰ আশাত প্লাথ দুদিন তেওঁ থকা হোৱাইট হৰ্ছ টেভাৰ আৰু চেলচি হোটেলৰ চাৰিওফালে ঘূৰি ফুৰিছিল, কিন্তু থমাছ ইতিমধ্যে ঘৰলৈ গুচি গৈছিল। কেইসপ্তাহমানৰ পিছত, প্লাথে নিজকে হত্যা কৰিবলৈ পৰ্যাপ্ত "সাহস" আছে নে নাই চাবলৈ নিজৰ ভৰি দুখন কাটি পেলাইছিল।<ref>Thomas (2008) p. 35</ref> এই সময়ছোৱাত তেওঁক হাৰ্ভাৰ্ড লিখন চক্ৰৰ আলোচনাত (Harvard writing seminar)ত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল।<ref name="ODNB-online">Brown & Taylor (2004), ''ODNB'' online</ref> হতাশাৰ বাবে ইলেক্ট্ৰক’নভালচিভ থেৰাপীৰ প্ৰদানৰ পাছত, প্লাথে ১৯৫৩ চনৰ ২৪ আগষ্টত তেওঁৰ মাকৰ টোপনিৰ দৰৱ খাই আত্মহত্যাৰ চেষ্টা কৰিছিল,<ref>Kibler (1980) pp. 259–264</ref> এইটো হৈছে চিকিৎসাগতভাৱে নথিভুক্ত হোৱা প্লাথৰ প্ৰথমটো আত্মহত্যাৰ প্ৰচেষ্টা। <ref>http://www.sylviaplath.info/documents/Steinberg_2010_Search.pdf</ref>
[[File:Cambridge Newnham.JPG|right|thumb|নিউনহাম কলেজৰ ছিড্ৱিক হল (Sidgwick Hall)]]
 
পৰৱৰ্তী ছয় মাহ তেওঁ মানসিক চিকিৎসালয়ত অতিবাহিত কৰিছিল, য’ত তেওঁক অধিক বৈদ্যুতিক আৰু ইনচুলিন শ্বক দিয়া হৈছিল।<ref name="ODNB"/> মেকলিন চিকিৎসালয়ত তেওঁৰ থকাৰ খৰছ আৰু তেওঁৰ স্মিথ স্ক'লাৰশ্বিপ অলিভ‘অলিভ হিগিন্স প্ৰুটিয়েপ্ৰুটি’য়ে পৰিশোধ কৰিছিল, যি নিজে মানসিক ভাঙনৰ পৰা সফলতাৰে আৰোগ্য লাভ কৰিছিল। প্লাথে আৰোগ্য লাভ কৰা যেন ভাৱ হোৱাত মহাবিদ্যালয়লৈ উভতি আহিছিল।
 
১৯৫৫ চনৰ জানুৱাৰী মাহত প্লাথে তেওঁৰ গৱেষণাপত্ৰ ''The Magic Mirror: A Study of the Double in Two of Dostoyevsky's Novels'' জমা দিয়ে আৰু জুন মাহত তেওঁ স্মিথৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
54 নং শাৰী:
 
===বিবাহ আৰু কৰ্মজীৱন===
১৯৫৬ চনৰ ২৫ ফেব্ৰুৱাৰীত প্লাথে তেওঁৰ স্বামী কবি টেড হিউজক প্ৰথমবাৰৰ বাবে লগ পাইছিল।পায় আৰু একে বছৰৰে ১৬ জুন তাৰিখে তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পাছত দ্বিতীয় বৰ্ষৰ অধ্যয়নৰ বাবে প্লাথ নিউনহামলৈ উভতি আহে।<ref name="ODNB"/>
 
১৯৫৭ চনত প্লাথ আৰু হিউজ আমেৰিকা যুক্তৰাজ্যলৈ আহে আৰু প্লাথে তেওঁ অধ্যয়ন কৰা স্মিথ কলেজত অধ্যাপক হিচপে যোগদান কৰে। কিন্তু অধ্যাপনাৰ সমান্তৰালকৈ লিখিবলৈ সময় আৰু শক্তি গোটাবলৈ লৈ প্লাথ অসুবিধাত পৰে<ref name="Kirk-xix">Kirk (2004) p. xix</ref> আৰু ১৯৫৮ চনৰ মধ্যভাগত পৰিয়ালটো বষ্টনলৈ যায়। তাতে ছিলভিয়াই মাচাচুচেটছৰ এখন সাধাৰণ চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ ৰিচেপচনিষ্ট হিচাপে চাকৰি কৰিছিলকৰে আৰু সন্ধিয়া কবি ৰবাৰ্ট ল’ৱেলৰ সৃষ্টিশীল লেখনিৰ আলোচনা চক্ৰসমূহত অংশগ্ৰহণ কৰিছিল।কৰিবলৈ লয়। এই আলোচনা চক্ৰসমূহত লেখক এন ছেক্সটন আৰু জৰ্জ ষ্টাৰ্বাকো উপস্থিত আছিল।<ref name="Kirk-xix"/>
 
ল’ৱেল আৰু ছেক্সটন দুয়োজনে প্লাথক তেওঁৰ অভিজ্ঞতাৰ পৰা লিখিবলৈ উৎসাহিত কৰিছিল আৰু প্লাথে তাকেই কৰিছিল। প্লাথে ল’ৱেলৰ সৈতে হতাশা আৰু ছেক্সটনৰ সৈতে নিজৰ আত্মহত্যাৰ প্ৰচেষ্টাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছিল,কৰিছিল। আৰুফলত তেওঁ অধিকবেছিকৈ মহিলাৰ দৃষ্টিকোণৰ পৰা লিখিবলৈ আৰম্ভলৈছিল কৰিছিল। প্লাথেআৰু নিজকে প্ৰকৃত, মনোযোগী কবি আৰু চুটি গল্প লেখক হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল।<ref name="ODNB"/> এই সময়তে প্লাথ আৰু হিউজে প্ৰথমে কবি ডব্লিউ এছ মাৰ্উইনক লগ পায়, যি তেওঁলোকৰ কামৰ প্ৰশংসা কৰে আৰু আজীৱন তেওঁলোকৰ বন্ধু হৈ থাকে।<ref>Helle (2007){{page needed|date=July 2017}}</ref> প্লাথে ডিচেম্বৰত ৰুথ বিউচাৰৰ সৈতে কাম কৰি মনোবিশ্লেষণমূলক চিকিৎসা পুনৰ আৰম্ভ কৰে।<ref name="ODNB"/>
[[File:Chalcot Square - geograph.org.uk - 1005457.jpg|thumb|right|১৯৫৯ চনত, লণ্ডনৰ প্ৰাইমৰ’জ হিলৰ ওচৰৰ চালক’ট স্কোৱেৰত থকা প্লাথ আৰু হিউজৰ আৱাস গৃহ]]
প্লাথ আৰু হিউজে ১৯৫৯ চনৰ শেষৰ ফালে নিউয়ৰ্কৰ চাৰাটোগা স্প্ৰিংছৰ য়াডো শিল্পী কলনীত থাকি কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। প্লাথে কৈছে যে, ইয়াতেই তেওঁ ‘তেওঁৰ আশ্বৰ্যজনক সত্বাৰ প্ৰতি ন্যায় কৰিবলৈ’ শিকিলে, কিন্তু তথাপি তেওঁ নিজৰ অত্যন্ত ব্যক্তিগত কথাবোৰ স্বীকাৰোক্তিমূলকভাৱে লিখিবলৈ লৈ চিন্তাত পৰিছিল।<ref name="ODNB"/><ref>''Journals'' pp. 520–521</ref> দম্পতীহাল ১৯৫৯ চনৰ ডিচেম্বৰ মাহত ইংলেণ্ডলৈ ঘূৰি আহে আৰু ৰিজেন্টপাৰ্কৰ প্ৰাইমৰোজ হিল অঞ্চলৰ ওচৰৰ ৩ চালকট স্কোৱেৰত, লণ্ডনত বাস কৰে, ইয়াত থকা এখন ইংৰাজী হেৰিটেজ ফলকে প্লাথৰ বাসস্থানক সূচায়।<ref name="Kirk-xx">Kirk (2004) p. xx</ref><ref name="London Remembers">{{cite web |title=Plaque: Sylvia Plath |work=London Remembers |url=http://www.londonremembers.com/memorials/sylvia-plath |archive-url=https://web.archive.org/web/20160322105555/http://www.londonremembers.com/memorials/sylvia-plath |archive-date=March 22, 2016 |url-status=live}}</ref> ১৯৬০ চনৰ ১ এপ্ৰিলত তেওঁলোকৰ ছোৱালী ফ্ৰিডাৰ জন্ম হয় আৰু অক্টোবৰত প্লাথৰ প্ৰথমটো কবিতা সংকলন ''দ্য কলচছ'' প্ৰকাশ হয়।<ref name="Kirk-xx"/>
 
১৯৬১ চনৰ ফেব্ৰুৱাৰী মাহত প্লাথে দ্বিতীয়বাৰ গৰ্ভধাৰণ কৰে যদিও তেওঁৰ গৰ্ভপাত হয়। এই অভিজ্ঞতাক লৈ তেওঁ "Parliament Hill Fields"কে ধৰি কেইবাটাও কবিতা লিখিছে।<ref>Kirk (2004) p. 85</ref> তেওঁৰ মনোৰোগ বিশেষজ্ঞলৈ লিখা এখন চিঠিত প্লাথে লিখিছে যে, গৰ্ভপাতৰ আগতে হিউজে দুদিন তেওঁৰ ওপৰত শাৰিৰীক আতিশায্য চলাইছিল।<ref name="Kean-2017">{{cite news |last=Kean |first=Danuta |date=April 11, 2017 |title=Unseen Sylvia Plath letters claim domestic abuse by Ted Hughes |location=London |work=[[The Guardian]] |url= https://www.theguardian.com/books/2017/apr/11/unseen-sylvia-plath-letters-claim-domestic-abuse-by-ted-hughes |access-date=April 14, 2017}}</ref>
 
আগষ্ট মাহত তেওঁ তেওঁৰ অৰ্ধ-আত্মজীৱনীমূলক উপন্যাস ''দ্য বেল ঝাৰ'' সমাপ্ত কৰে আৰু ইয়াৰ লগে লগে পৰিয়ালটো ডেভনৰ সৰু বজাৰ চহৰ উত্তৰ টাৱটনৰ ক’ৰ্ট গ্ৰীণ লৈ যায়। ইয়াতে ১৯৬২ চনৰ জানুৱাৰীত তেওঁলোকৰ পুত্ৰ সন্তান নিকোলাছ হিউজৰ জন্ম হয়।<ref name="Kirk-xx"/> ১৯৬২ চনৰ মাজভাগত প্লাথ আৰু হিউজে মৌপালন কৰিবলৈ আৰম্ভ কৰিছিল, যি প্লাথৰ অনেক কবিতাৰ বিষয়।<ref name="ODNB"/>
 
১৯৬২ চনৰ জুলাই মাহত প্লাথে আৱিষ্কাৰ কৰে যে হিউজৰ এছিয়া ৱেভিলৰ সৈতে সম্পৰ্ক আছে; আৰু ছেপ্টেম্বৰত প্লাথ আৰু হিউজ পৃথক হয়। <ref name="Kirk-xx"/>
 
১৯৬২ চনৰ অক্টোবৰ মাহৰ পৰা প্লাথে নিজৰ মাজতে সৃষ্টিশীলতাৰ এক বৃহৎ বিস্ফোৰণ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল আৰু বেছিভাগ কবিতা লিখিছিল; যাৰ ওপৰত তেওঁৰ খ্যাতি এতিয়া নিৰ্ভৰশীল। মৰণোত্তৰ ভাৱে প্ৰকাশ পোৱা তেওঁৰ কবিতা সংকলন ''এৰিয়েল''ৰ কমেও ২৬ টা কবিতা তেওঁ তেওঁৰ জীৱনৰ অন্তিম মাহবোৰত লিখিছিল।<ref name="Kirk-xx"/><ref>{{cite web |title=Sylvia Plath |work=The Poetry Archive |url=http://www.poetryarchive.org/poet/sylvia-plath |archive-url=https://web.archive.org/web/20170703202957/http://www.poetryarchive.org/poet/sylvia-plath |archive-date=July 3, 2017 |url-status=live}}</ref><ref name="Ted Hughes and Sylvia Plath—a marriage examined">[https://web.archive.org/web/20051218022114/http://findarticles.com/p/articles/mi_m2242/is_1669_286/ai_n13247735 ''Ted Hughes and Sylvia Plath&nbsp;– a marriage examined''. From ''The Contemporary Review''. Essay by Richard Whittington-Egan 2005] accessed July 9, 2010</ref> ১৯৬২ চনৰ ডিচেম্বৰ মাহত, তেওঁ দুয়োটি সন্তানৰ সৈতে অকলে লণ্ডনলৈ উভতি আহে, আৰু পাঁচ বছৰৰ লীজত, ২৩ ফিটজৰয় ৰোডৰ এটা ফ্লেট ভাড়ালৈ লয়। উইলিয়াম বাটলাৰ ইয়েটছ এসময়ত ঘৰটোত বাস কৰিছিল। প্লাথে এই সত্যটোৰ দ্বাৰা সন্তুষ্ট হৈছিল আৰু ইয়াক এটা শুভ লক্ষণ বুলি গণ্য কৰিছিল।
 
১৯৬২-৬৩ চনৰ শীতকালৰ সময়ছোৱাত প্লাথে পুনৰ হতাশাত ভুগিবলৈ আৰম্ভ কৰিছিল। কিন্তু তথাপি তেওঁ তেওঁৰ কবিতাৰ সংকলনটো লিখি শেষ কৰিছিল, যিটো ১৯৬৫ চনত ইংলেণ্ডত আৰু ১৯৬৬ চনত আমেৰিকাত মৰণোত্তৰ ভাৱে প্ৰকাশ পাইছিল। ১৯৬৩ চনৰ জানুৱাৰী মাহত ''ভিক্টোৰিয়া লুকাস'' ছদ্মনামেৰে প্লাথৰ একমাত্ৰ উপন্যাস ''দ্য বেল ঝাৰ'' প্ৰকাশ হৈছিল আৰু সমালোচনামূলক উদাসীনতাৰ সন্মুখীন হৈছিল। <ref name="Kirk-xxi">Kirk (2004) p. xxi</ref>
 
===হতাশগ্ৰস্ত শেষ দিনবোৰ আৰু মৃত্যু===
 
==কৰ্মপঞ্জী==
===কাব্য সংকলন===