অৰহান পামুক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox writer <!-- for more information see Template:Infobox writer/doc --> | name = অৰহান পামুক | birth_name = ফেৰিট অৰহান পামুক | image = Orhan Pamuk 2009 Shankbone.jpg | image_upright= 1.0 | caption = ২০০৯ চনত অৰহান পামুক | birth_date = {{birth date and age|df=yes|1952|6|7}} | birth_place = ইস্তানবুল, তুৰ্কি |...
(কোনো পাৰ্থক্য নাই)

17:53, 20 November 2021ৰ সংস্কৰণ


অৰহান পামুক (ইংৰাজী: Ferit Orhan Pamuk; জন্ম: ৭ জুন, ১৯৫২) এজন তুৰ্কিছ ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ আৰু ২০০৬ চনৰ সাহিত্যত ন’বেল বঁটা বিজয়ী। তেওঁ তুৰ্কীৰ এগৰাকী অন্যতম বিশিষ্ট ঔপন্যাসিক, [1] যাৰ কিতাপ তেষষ্ঠিটা ভাষাত তেৰ মিলিয়নতকৈও অধিক বিক্ৰী হৈছে, [2] আৰু ই তেওঁক দেশৰ সৰ্বাধিক বিক্ৰী হোৱা লেখক হিচাপে গঢ়ি তুলিছে। [3]

অৰহান পামুক

২০০৯ চনত অৰহান পামুক
জন্ম ফেৰিট অৰহান পামুক
৭ জুন, ১৯৫২ (৭১ বছৰ)
ইস্তানবুল, তুৰ্কি
পেচা ঔপন্যাসিক, চিত্ৰনাট্যকাৰ,
তুলনামূলক সাহিত্য আৰু লিখনিৰ অধ্যাপক (কলম্বিয়া বিশ্ববিদ্যালয়)
ৰাষ্ট্ৰীয়তা তুৰ্কিছ
সময় ১৯৭৪ৰ পৰা বৰ্তমানলৈ
ধৰণ উপন্যাস
বিষয় East–West dichotomy, সাহিত্য, চিত্ৰকলা
সাহিত্যিক বিপ্লৱ উত্তৰ আধুনিক সাহিত্য
উল্লেখনীয় কৰ্মৰাজি
উল্লেখযোগ্য বঁটা International Dublin Literary Award
2003
Nobel Prize in Literature
2006
Sonning Prize
2012
দাম্পত্যসংগী Aylin Türegün (বি. ১৯৮২; বিবি. ২০০২)
আত্মীয়-স্বজন Şevket Pamuk (brother)
ৱেবছাইট www.orhanpamuk.net

তথ্যসূত্ৰ