অৰহান পামুক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox writer <!-- for more information see Template:Infobox writer/doc --> | name = অৰহান পামুক | birth_name = ফেৰিট অৰহান পামুক | image = Orhan Pamuk 2009 Shankbone.jpg | image_upright= 1.0 | caption = ২০০৯ চনত অৰহান পামুক | birth_date = {{birth date and age|df=yes|1952|6|7}} | birth_place = ইস্তানবুল, তুৰ্কি |...
 
No edit summary
8 নং শাৰী:
| birth_place = ইস্তানবুল, তুৰ্কি
| occupation = ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, <br/> তুলনামূলক সাহিত্য আৰু লিখনিৰ অধ্যাপক (কলম্বিয়া বিশ্ববিদ্যালয়)
| nationality = তুৰ্কিছতুৰ্কী
| period = ১৯৭৪ৰ পৰা বৰ্তমানলৈ
| genre = উপন্যাস
| subject = ''East–West dichotomy'', সাহিত্য, চিত্ৰকলা
| movement = উত্তৰ আধুনিক সাহিত্য
<!-- আইভান টুৰ্গেনিভ, কাজী নজৰুল ইছলাম, জৰ্জ লুইচ বৰ্জেছ, [[Fyodorভ্‌লাদিমিৰ Dostoyevsky]]নবক’ভ, [[Vladimirগেব্ৰিয়েল Nabokov]], [[Gabriel Garcia Marquez]], [[Leo Tolstoy]], [[Ahmet Hamdi Tanpınar]], [[Yaşar Kemal]], [[Oguz Atay]], [[Reşat Ekrem Koçu]], [[Marcelগাৰ্চিয়া Proust]]মাৰ্কেজ, [[Thomasলিঅ' Mannটলষ্টয়]] -->
| notableworks = {{flatlist|
*''Cevdet Bey and His Sons''
*''চাইলেণ্ট হাউচ''
*''[[Silent House (novel)|Silent House]]''
*''দ্য হোৱাইট কেষ্টেল''
*''[[The White Castle]]''
*''দ্য ব্লেক বুক''
*''[[The Black Book (Pamuk novel)|The Black Book]]''
*''দ্য নিউ লাইফ''
*''[[The New Life (novel)|The New Life]]''
*''মাই নেম ইজ ৰেড''
*''[[My Name is Red]]''
*''স্ন’''
*''[[Snow (Pamuk novel)|Snow]]''
*''ইস্তানবুল: মেম’ৰিজ এণ্ড দ্য চিটি''
*''[[Istanbul: Memories and the City]]''
*''দ্য মিউজিয়াম অৱ ইন’চেঞ্চ''
*''[[The Museum of Innocence]]''
*''আ ষ্ট্ৰেইঞ্জনেছ ইন মাই মাইণ্ড''
*''[[A Strangeness in My Mind]]''
*''দু ৰেড হেয়াৰ্ড ৱ’মেন''
*''[[The Red-Haired Woman]]''
 
}}
| awards = {{awd|ইণ্টাৰনেচনেল ডাবলিন লিটাৰেৰী এৱাৰ্ড|২০০৩}} {{awd|সাহিত্যৰ ন’বেল বঁটা|২০০৬}} {{awd|চনিং প্ৰাইজ|২০১২}}
| awards = {{awd|[[International Dublin Literary Award]]|2003}} {{awd|[[Nobel Prize in Literature]]|2006}} {{awd|[[Sonning Prize]]|2012}}
| spouse = {{marriage|Aylinআইলিন Türegünটুৰেগান|1982|2002|reason=div}}
| relatives = [[চেভকেট পামুক (Şevket Pamuk]]) (brotherভাতৃ)
| website = {{URL|http://www.orhanpamuk.net/}}
}}
 
 
'''অৰহান পামুক''' ({{lang-en|Ferit Orhan Pamuk}}; জন্ম: ৭ জুন, ১৯৫২) এজন তুৰ্কিছতুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ আৰু ২০০৬ চনৰ সাহিত্যত ন’বেল বঁটা বিজয়ী। তেওঁ তুৰ্কীৰ এগৰাকী অন্যতম বিশিষ্ট ঔপন্যাসিক, <ref name="Kinzer1998-12-15">
{{cite news
| last = Kinzer
Line 65 ⟶ 64:
| language = tr
}}
</ref> পামুক ''চাইলেণ্ট হাউচ'', ''দ্য হোৱাইট কেষ্টেল'', ''দ্য ব্লেক বুক'', ''দ্য নিউ লাইফ'', ''মাই নেম ইজ ৰেড'', ''দ্য মিউজিয়াম অৱ ইন’চেঞ্চ'',''আ ষ্ট্ৰেইঞ্জনেছ ইন মাই মাইণ্ড'' আদি উপন্যাসৰ স্ৰষ্টা। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ মানৱবিজ্ঞানৰ ৰবাৰ্ট য়িক-ফং টাম অধ্যাপক, য’ত তেওঁ লিখনি আৰু তুলনামূলক সাহিত্য পঢ়ায়। তেওঁ ২০১৮ চনত আমেৰিকান ফিল’চফিকেল ছ’চাইটিলৈ নিৰ্বাচিত হৈছিল।<ref>{{Cite web|url=https://www.amphilsoc.org/blog/election-new-members-2018-spring-meeting|title = Election of New Members at the 2018 Spring Meeting}}</ref>
 
আংশিক চাৰ্কাচিয়ান বংশোদ্ভূত আৰু ইস্তানবুলত জন্ম গ্ৰহণ কৰা<ref>
* Husseyin, Hazim M. (2009). ''Nobel Ödülünün Orhan Pamuk ve Eserleri Üzerindeki Etkileri''. University of Baghdad. p. 94.
* Pamuk, Orhan (2005). ''Istanbul: Memories and the City, translated by Maureen Freely''. Faber & Faber p. 15. "My paternal grandmother was '''Circassian''' (Circassian girls, famous for being tall and beautiful, were very popular in Ottoman harems)."
* Karpat, Kemal H. (2001) ''The Politicization of Islam: Reconstructing Identity, State, Faith, and Community in the Late Ottoman State''. Oxford University Press. p. 345. "(...) such as the novelist Orhan Pamuk, who is of '''Circassian''' origin."</ref> পামুক হৈছে প্ৰথম তুৰ্কী ন’বেল বঁটা বিজয়ী। তেওঁ আন বহুতো সাহিত্য বঁটা প্ৰাপক। ''মাই নেম ইজ ৰেডে'' ২০০২ চনৰ প্ৰিক্স ডু মেইলিউৰ লিভৰে এট্ৰেঞ্জাৰ (Prix du Meilleur Livre Étranger), ২০০২ চনৰ প্ৰেমিঅ গ্ৰিঞ্জেন কাভাৰ ( Premio Grinzane Cavour ) আৰু ২০০৩ চনৰ আন্তৰ্জাতিক ডাবলিন সাহিত্য বঁটা লাভ কৰিছিল।
 
পামুক আৰু জচ চাৰামাগোৰ যুটীয়া প্ৰস্তাৱৰ ফলস্বৰূপে ইউৰোপীয় লেখক সংসদ গঠন হৈছিল।<ref>{{cite news|url=http://www.irishleftreview.org/2010/12/01/complexity-istanbul-declaration-european-writers-conference/|title=The Complexity of Others: The Istanbul Declaration of The European Writers' Conference|date=1 December 2010|access-date=1 December 2010|author=[[William Wall (writer)|Wall, William]]|newspaper=Irish Left Review|archive-url=https://web.archive.org/web/20180802041041/http://www.irishleftreview.org/2010/12/01/complexity-istanbul-declaration-european-writers-conference/|archive-date=2 August 2018|url-status=dead}}</ref> পামুকে বিতৰ্কিত ঐতিহাসিক আৰু ৰাজনৈতিক ঘটনাৰ বিষয়ে কিতাপ লিখিবলৈ ইচ্ছা কৰাটোৱে তেওঁক স্বদেশত নিন্দাৰ পাত্ৰ কৰিছিল। ২০০৫ চনত, এজন অতি-জাতীয়তাবাদী অধিবক্তাই অটোমান সাম্ৰাজ্যত আৰ্মেনিয়ান গণহত্যা সম্পৰ্কীয় এটা মন্তব্যৰ বাবে পামুকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।<ref name="AutoEC-21">
Daren Butler and Ercan Ersoy, [http://www.turkishdailynews.com.tr/article.php?enewsid=49417 "Kerinçsiz puts patriotism before free speech, EU"] {{webarchive|url=https://web.archive.org/web/20121120142738/http://www.turkishdailynews.com.tr/article.php?enewsid=49417 |date=20 November 2012 }}. [[Reuters]] via ''[[Turkish Daily News]]'', 21 July 2006.
</ref> পামুকৰ মতে তেওঁৰ উদ্দেশ্য আছিল তেওঁ জন্ম গ্ৰহণ কৰা দেশখনত ‘বাক স্বাধীনতা’ সম্পৰ্কীয় বিষয়সমূহ সচেতনতা জাগ্ৰত কৰা। আদালতে প্ৰথমতে গোচৰটোৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু ২০১১ চনত পামুকক অভিযুক্তৰ সন্মানক অপমান কৰাৰ বাবে মুঠ ক্ষতিপূৰণত ৬,০০০ লিৰা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।<ref name="hurriyetdailynews1">
Hurriyet Daily News [http://www.hurriyetdailynews.com/n.php?n=orhan-pamuk-will-pay-compensation-for-his-words-court-decided-2011-03-27 Orhan Pamuk to pay compensation for his words, court decides], ''Hurriyet Daily News'', 27 March 2011
{{dead link|date=August 2021}}
</ref>
 
==তথ্যসূত্ৰ==
{{ৰেফলিষ্ট}}
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:সাহিত্যিক]]