লোটে শ্বেৰিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি
40 নং শাৰী:
 
==ব্যক্তিগত জীৱন==
লোটে শ্বেৰিঙে চিকিৎসক উগয়েন ডেমাৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ <ref>{{cite news |title=Dr. Ugyen Dema, spouse of Prime Minister of Bhutan, visited Shinepukur Ceramics |url=http://today.thefinancialexpress.com.bd/print/dr-ugyen-dema-spouse-of-prime-minister-of-bhutan-visited-shinepukur-ceramics-1555170016 |access-date=6 August 2019 |work=The Financial Express |date=14 April 2019}}</ref> দম্পতীটোৰদম্পতীহালৰ দুগৰাকী কন্যা সন্তান আছে ৷ মংগাৰ আঞ্চলিক ৰেফাৰেল চিকিৎসালয়ত থকা কালছোৱাত লোটে শ্বেৰিঙে এগৰাকীএজন ল'ৰাল’ৰা আৰু এগৰাকী ছোৱালী তুলি লয়৷ <ref name="kuenselonline.com"/> শ্বেৰিঙে জংখা, শ্বামখা, [[বাংলা]] আৰু [[ইংৰাজী]]কে ধৰি কেইবাটাও ভাষাত কথা ক'বক’ব পাৰে৷
==পেছাদাৰী জীৱন==
শ্বেৰিঙে থিম্ফুত থকা নেশ্যনেল ৰেফাৰেল হাস্পতালত সাধাৰণ অস্ত্ৰোপচাৰ বিভাগত কনছালটেণ্ট ছাৰ্জন হিচাপে সেৱা আগবঢ়াইছে ৷ ইয়াৰোপৰি মংগাৰ আঞ্চলিক ৰেফাৰেল চিকিৎসালয়তো তেখেতে সেৱা আগবঢ়াইছে ৷ <ref name="auto">{{Cite news|url=https://economictimes.indiatimes.com/news/politics-and-nation/centre-left-dnt-win-may-strengthen-india-bhutan-relations/articleshow/66289584.cms|title=Centre-left DNT win may strengthen India-Bhutan relations|first=Dipanjan Roy|last=Chaudhury|date=20 October 2018|newspaper=The Economic Times}}</ref> জিগমে দৰ্জী ৱাংশ্বুক ৰাষ্ট্ৰীয় ৰেফাৰেল চিকিৎসালয়ত (JDWNRH) তেখেতে কনছালটেণ্ট ইউৰ'লজিষ্টইউৰ’লজিষ্ট হিচাপে ১১ বছৰ কাম কৰিছে৷ <ref name="bhutantimes.com"/>
 
ৰয়েল চিভিল চাৰ্ভিছ কমিছনলৈ প্ৰায় ৬২ লাখ ভূটানী ধন (গুলট্ৰাম, ngultrum) আগবঢ়োৱাৰ পাছত ২০১৩ চনত তেখেতে ৰাজনীতিত যোগদান কৰে৷
54 নং শাৰী:
২০১৮ চনৰ ৭ নৱেম্বৰ তাৰিখে লোটে শ্বেৰিঙে পূৰ্বৰ প্ৰধান মন্ত্ৰী শ্বেৰিং টোগবেইক শাসনচ্যুত কৰি গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হোৱা ভূটানৰ তৃতীয়গৰাকী প্ৰধান মন্ত্ৰীৰ আসনত বহে ৷ <ref>{{cite web|url=http://www.newindianexpress.com/world/2018/nov/08/dr-lotay-tshering-sworn-in-as-bhutans-new-prime-minister-1895467.html |title=Dr Lotay Tshering sworn in as Bhutan's new prime minister |publisher=The New Indian Express |date=8 November 2018 |access-date=8 November 2018}}</ref><ref>{{cite web|url=http://www.xinhuanet.com/english/2018-11/08/c_137590081.htm |title=Lotay Tshering sworn in as Bhutan's new prime minister - Xinhua &#124; English.news.cn |publisher=Xinhuanet.com |date=8 November 2018 |access-date=8 November 2018}}</ref><ref>{{cite web|url=https://english.kyodonews.net/news/2018/11/cb37b70a4255-new-pms-cabinet-inaugurated-in-bhutan.html |title=New PM's Cabinet inaugurated in Bhutan |publisher=English.kyodonews.net |date=8 November 2018 |access-date=8 November 2018}}</ref>
 
২০১৮ চনৰ ২৭ ডিচেম্বৰত লোটে শ্বেৰিঙ ভাৰতলৈ তিনিদিনীয়া ভ্ৰমণসূচী লৈ উপস্থিত হয়হয়৷ ৷ এইয়াএয়া আছিল তেখেতৰ প্ৰথমটো বিদেশ ভ্ৰমণ৷ <ref>{{cite web|url=https://nenow.in/neighbour/maiden-foreign-tour-bhutan-pm-lotay-tshering-arrives-in-india.html|title=Maiden foreign tour: Bhutan PM Lotay Tshering arrives in India|date=27 December 2018}}</ref><ref>{{cite web|url=http://www.wionews.com/india-news/bhutanese-prime-minister-lotay-tshering-arrives-in-india-on-3-day-visit-186941|title=Bhutanese PM Lotay Tshering arrives in India on maiden foreign visit|website=WION}}</ref>
 
২০১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে লোটে শ্বেৰিংশ্বেৰিঙে চৰকাৰী ভ্ৰমণসূচী লৈ বাংলাদেশ সাক্ষাৎভ্ৰমণ কৰে ৷ <ref>{{Cite web|title=We Are Landlocked But Our Minds Are Open: Prime Minister Dr Lotay Tshering Of Bhutan|url=http://dailybhutan.com/article/we-are-landlocked-but-our-minds-are-open-prime-minister-dr-lotay-tshering-of-bhutan|access-date=2021-04-14|website=dailybhutan.com|language=en}}</ref> ২০২১ চনৰ ২৪ মাৰ্চত ভূটানৰ মহামান্য ৰজাৰ হৈ তেখেত বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ ৰাওনা হয় ৷
 
==বঁটা-বাহন==
*১৯৯১: শ্বেৰুবটছত শৈক্ষিক উৎকৰ্ষতাৰ বাবে তেখেতক ''ফাদাৰ উইলিয়াম মেকি সোণৰ পদক'' প্ৰদান কৰা হৈছিল<ref name="kuenselonline.com"/><ref name="bhutantimes.com"/>
*২০০৫: ১৪ তম [[দালাই লামা]]ৰ দ্বাৰা ''সহানুভূতিৰ অখ্যাত নায়ক'' বঁটা প্ৰদান কৰা হৈছিল।<ref name="bhutantimes.com"/><ref name="kuenselonline.com"/>
*২০১৭: "ছাৱা-ছুম( আমাৰ ৰজা, আমাৰ দেশ আৰু আমাৰ মানুহ)ৰ প্ৰতি আগবঢ়োৱা নি:স্বাৰ্থনিঃস্বাৰ্থ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে লোটে শ্বেৰিঙক ৰজা জিগমে খেছাৰ নামগেয়াল ৱাংছুকে ''অৰ্ডাৰ অৱ দ্য বিলাভেড অৱ দ্য থাণ্ডাৰ ড্ৰেগন'' (ড্ৰুক থুকছে) পদক আগবঢ়ায়৷ <ref name="bhutantimes.com"/><ref name="kuenselonline.com"/>
*২০১৮: ৰজা জিগমে খেছাৰ নামগেয়াল ৱাংছুকে "প্ৰধান মন্ত্ৰীৰ হিচাপে নিযুক্তিৰ বাবে" কাবনি (Royal Orange Scarf) প্ৰদান কৰে৷ (<ref>{{cite web|url=http://www.bbs.bt/news/?p=106529|title=His Majesty confers Dakyen to PM, appoints ministers and grants Orange Kabney to Speaker, OL - BBS|date=7 November 2018}}</ref>
*২০২০: "মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধান মন্ত্ৰী হিচাপে আগবঢ়োৱা অটল প্ৰচেষ্টা আৰু অৱদান"ৰ বাবে ৰজা জিগমে খেছাৰ নামগেয়াল ৱাংছুকে তেখেতক ''কাবনি'' (Lungmar Scarf) প্ৰদান কৰে৷ <ref>[http://www.bbs.bt/news/?p=140927 His Majesty confers Lungmar Scarf and Red Scarves]</ref>