ৰক্তচাপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
23 নং শাৰী:
 
==নিম্ন ৰক্তচাপ ==
[[চিত্ৰ:Измерение_кровяного_давления.jpg|right|thumb|255x255px|<center>{{PAGENAME}}</center>]]
[[নিম্ন ৰক্তচাপ]]ত (হাইপ’টেনচন) অতি কম পৰিমাণৰ তেজ শিৰাৰে প্ৰৱাহিত হোৱাৰ ফলত কিছুমান লক্ষণ আৰু উপসৰ্গই দেখা দিয়ে। তেজ প্ৰৱাহৰ পৰিমাণ অতি কম হোৱাৰ ফলত শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ, যেনে মগজু, হৃদয়, কিডনী আদিলৈ [[অক্সিজেন]] আৰু পুষ্টিৰ যোগান কমি যায়। ইয়াৰ ফলত উক্ত অংগবোৰে উপযুক্তভাৱে কাম-কাজ কৰিব নোৱাৰে আৰু স্থায়ী ক্ষতি হ’ব পাৰে।
 
"https://as.wikipedia.org/wiki/ৰক্তচাপ"ৰ পৰা অনা হৈছে