জাং জি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান আৰু বাক্য গাঁঠনিৰ শুধৰণি
No edit summary
29 নং শাৰী:
| signature =
}}
'''জাং জি''' ({{zh|張潔|s=张洁}},( {{lang-en|Zhang Jie}}; জন্ম: ১৯৩৭) এগৰাকী চীনা ঔপন্যাসিক আৰু গল্পকাৰ। ইয়াৰ মাজতে, তেওঁ ১৯৮৬ চনত চলচ্চিত্ৰ পৰিচালক ‘উ জুগুয়াং’ৰ জীৱনী এখনৰ সহ-লেখিকাও আছিল। তেওঁ যুৱ প্ৰটাগনিষ্ট সকলৰ বাবে বা তেওঁলোকৰ সৈতে বিভিন্ন ধৰণৰ কিতাপ লিখাৰ কাম কৰিছিল, এই কিতাপবোৰ চীনৰ জুনিয়ৰ আৰু চিনিয়ৰ হাইস্কুলৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হয়। <ref name=":2">{{Cite book|last=Eva Shan Chou|title="Zhang Jie (27 April 1937-)." Chinese Fiction Writers, 1950-2000, edited by Thomas Moran and Ye (Dianna) Xu|year=2013|location=Dictionary of Literary Biography Vol. 370.|pages=288}}</ref> তেওঁ নাৰীবাদী কল্পকাহিনীৰ চীনৰ প্ৰথম অৱদানকাৰীসকলৰ মাজৰ এগৰাকী। জাং জিয়ে নিজৰ কামসমূহত মানুহ আৰু প্ৰেমক ঘাইকৈ গুৰুত্ব দিছে। তেওঁ প্ৰায়ে মাক আৰু জীয়েকৰ মাজৰ আৱেগিক সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়ে, যিটো মুখ্যতঃ প্ৰাৰম্ভিক দৰিদ্ৰতা আৰু তেওঁৰ মাকে তেওঁক প্ৰদান কৰা তীব্ৰ সুৰক্ষাৰ ভেটিত গঢ় লৈ উঠিছিল। ১৯৯১ চনত জিৰ মাকৰ মৃত্যু হয় আৰু মাকৰ মৃত্যুৰ পিছত তেওঁ লিখা ''দ্য পাৰচন হু লাভড মি দ্য মষ্ট অন আৰ্থ ইজ গান'' নামৰ দীঘলীয়া আত্ম-বিবৃতিমূলক কাহিনীটোত তেওঁ মাতৃৰ জীৱনৰ অন্তিম আশীটা দিনৰ প্ৰত্যকটো দিন আৰু ৰাতিৰ বৰ্ণনা কৰিছিল<ref name=":5">{{Cite book|last=Eva Shan Chou|title="Zhang Jie (27 April 1937-)." Chinese Fiction Writers, 1950-2000, edited by Thomas Moran and Ye (Dianna) Xu|year=2013|location=Dictionary of Literary Biography Vol. 370|pages=292-293}}</ref> তেওঁ তেওঁৰ মাকৰ আত্মোসৰ্গ, নিৰ্ভৰশীলতা আৰু সহনশীলতাৰ লগতে মাকৰ প্ৰতি তেওঁৰ বিবেচনা, অভিযোগ আৰু অনুশোচনাক মনত পেলাইছিল। উপন্যাসখন মাক আৰু জীয়েকৰ মাজৰ প্ৰেমৰ এক সৰল আৰু আড়ম্বৰহীন অভিব্যক্তি।
 
জাং জিৰ উপন্যাস ''লেডেন ৱিংছ'' ১৯৮২ চনত জাৰ্মান ভাষালৈ অনুবাদ কৰা হৈছিল আৰু ১৯৮৭ চনত ভিৰাগো প্ৰেছৰ দ্বাৰা ইংলেণ্ডত প্ৰকাশিত হৈছিল। তেওঁক ১৯৮৫ চনত ''লেডেন ৱিংছ''ৰ বাবে আৰু ২০০৫ চনত ''উইদাউট আ ৱৰ্ড''ৰ বাবে ‘মাও দান সাহিত্য পুৰস্কাৰ’ প্ৰদান কৰা হৈছিল। দুবাৰকৈ এই বঁটা লাভ কৰা তেওঁ প্ৰথম গৰাকী লেখক।<ref name=":0">{{Cite web
46 নং শাৰী:
==তথ্যসূত্ৰ==
{{ৰেফলিষ্ট}}
 
==বাহ্যিক সংযোগ==
{{Authority control}}
 
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:সাহিত্যিক]]
"https://as.wikipedia.org/wiki/জাং_জি"ৰ পৰা অনা হৈছে