য়্যুং চ্যেং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox writer <!-- for more information see Template:Infobox writer/doc --> | name = য়্যুং চ্যেং | image = Jung Chang, 2010 (cropped).jpg | imagesize = | caption = ২০১০ চনত য়্যুং চ্যেং | pseudonym = | birth_date = {{Birth date and age|df=yes|1952|3|25}} | birth_place = য়িবিন, Sichuan, চীন | death_date = | death_place = | occupation = লেখক | nationality = ব্...
(কোনো পাৰ্থক্য নাই)

16:51, 27 November 2021ৰ সংস্কৰণ

য়্যুং চ্যেং (চীনা ভাষাত:张戎, ইংৰাজী: Jung Chang জন্ম:২৫ মাৰ্চ, ১৯৫২) এগৰাকী চীনা বংশোদ্ভূত ব্ৰিটিছ লেখক যি লণ্ডনত বাস কৰে। য়্যুং চ্যেং তেওঁৰ পাৰিবাৰিক আত্মজীৱনী ৱাইল্ড চোৱানচ্‌ৰ বাবে সৰ্বাধিক জনাজাত, বিশ্বজুৰি কিতাপখনৰ ১০ নিযুততকৈও অধিক প্ৰতিলিপি বিক্ৰী হয় কিন্তু চীনত এই কিতাপখন নিষিদ্ধ।

য়্যুং চ্যেং

২০১০ চনত য়্যুং চ্যেং
জন্ম ২৫ মাৰ্চ, ১৯৫২ (৭২ বছৰ)
য়িবিন, Sichuan, চীন
পেচা লেখক
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ নাগৰিক[1]
সময় ১৯৮৬চনৰপৰা বৰ্তমানলৈ
ধৰণ জীৱনী
বিষয় চীন
দাম্পত্যসংগী জন হ’লিডে
ৱেবছাইট www.jungchang.net

তথ্যসূত্ৰ