সনন্ত তাঁতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অবিশ্বকোষীয় শৈলীত লিখা অংশ আঁতৰাই দিয়া হ'ল
সামান্য সলনি
33 নং শাৰী:
|period=১৯৭১-২০২১
}}
'''সন‍ন্ত তাঁতি''' ({{Lang-en|Sananta Tanty}}; ৪ নৱেম্বৰ ১৯৫২-২৫ নৱেম্বৰ ২০২১) সত্তৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী আৰু উল্লেখযোগ্য কবি। তেওঁ অসমৰ কালীনগৰ চাহবাগিচাৰ এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি [[বঙালী|বঙলা ভাষা]]ত শিক্ষা লৈ অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু কেইটা বঁটা লাভ কৰাৰ উপৰিও ২০১৮ বৰ্ষত 'কাইলৈৰ দিনটো আমাৰ হবহ’ব' কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাত [[সাহিত্য অকাডেমি বঁটা|সাহিত্য অকাডেমি বঁটা]] লাভ কৰে।<ref name=":0">{{Cite web|last=|first=|authorlink=অসমীয়া প্ৰতিদিন|year=ডিছেম্বৰ, ২০১৮|title=২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা
|url=https://www.asomiyapratidin.in/2018-sahittya-akademi-prize/|accessdate=২৯ এপ্ৰিল,২০২০}}</ref>
 
43 নং শাৰী:
 
== চাকৰি কাল==
১৯৭১ চনত সনন্ত তাঁতিয়ে [[যোৰহাট]]ত থকা অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত (পূৰ্ব নাম অসম চাহবাগিচা ভবিষ্যনিধি আৰু বৃত্তিনিধি আঁচনি) কৰ্মচাৰী হিচাবে কৰ্মজীৱন আৰম্ভ কৰে। পৰবৰ্ত্তী সময়ত তেওঁ ক্ৰমান্বয়ে [[অসম চৰকাৰ]]ৰ তথ্য আৰু জনসংযোগ বিভাগত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত জেষ্ঠ জনসংযোগ বিষয়া আৰু উপ- ভবিষ্যনিধি আয়ুক্ত হিচাবে কাৰ্য নিৰ্বাহ কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে যদিও অৱসৰৰ পাচত পুনৰ ডেৰ বছৰকাল বৰ্ধিত সময়ৰ বাবে একেটা কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাবে দায়িত্ব পালন কৰে।<ref name=":4" />
 
== ব্যক্তিগত জীৱন<ref name=":4" /> ==
১৯৮৬ চনৰ ১৮ ফেব্ৰুৱাৰীত [[উত্তৰ লখিমপুৰ]] নিবাসী কেশৰাম কাকতিৰ জীয়ৰী মিনতি কাকতিৰ (পাছলৈ মিনতি তাঁতি) স'তেসৈতে সনন্ত তাঁতি বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুই পুত্ৰ স্বাগত (জন্ম: ১৯৮৮ চন) আৰু তথাগত (জন্ম: ১৯৯৪ চন)।
 
== বিষয়বাব==
* অসম চৰকাৰৰ শিশু সাহিত্য ন্যাসৰ কাৰ্য্যনিৰ্বাহককাৰ্য নিৰ্বাহক সমিতিৰ সদস্য,
* অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহককাৰ্য নিৰ্বাহক সমিতিৰ মনোনীত সদস্য,
* আকাশবাণী গুৱাহাটীৰ উপদেষ্টা সমিতিৰ সদস্য,
* সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সদস্য<ref>{{Cite web|last=|first=|authorlink=সাহিত্য অকাডেমি|year=২০১৮|title=সাহিত্য অকাডেমি অসমীয়া ভাষা উপদেষ্টা সমিতি|url=http://sahitya-akademi.gov.in/aboutus/assamese.jsp|accessdate=২৯ এপ্ৰিল, ২০২০}}</ref>,
* পাব্লিক ৰিলেশ্যন ছ'চায়িটীছ’চাইটি (উত্তৰ-পূব মণ্ডল)ৰ কাৰ্য্যনিৰ্বাহককাৰ্য নিৰ্বাহক সমিতিৰ সদস্য।<ref name=":4" />
 
== গ্ৰন্থপঞ্জী ==
66 নং শাৰী:
* ধোঁৱা ছাইৰ সপোন (কবিতা পুথি, পুথি নিকেতন, গুৱাহাটী, ১৯৯৯),
* দীৰ্ণ বসন্তৰ সৌৰভ (কবিতা পুথি, জাৰ্ণাল এম্প'ৰিয়াম, নলবাৰী, ২০০২),
* আপুনি আপোনাৰ স'তেস’তে যুদ্ধ কৰিব পাৰিবনে (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৪),
* মই (কবিতা পুথি, সেউজী সেউজী, নৱেম্বৰ, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৮),
* মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০১০),
* কাইলৈৰ দিনটো আমাৰ হ'বহ’ব  (কবিতা পুথি, আঁক-বাক, গুৱাহাটী, ডিচেম্বৰ ২০১৩),
* মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে (কবিতা পুথি, ফেকাল্টি বুক্ছ, গুৱাহাটী, এপ্ৰিল ২০১৭),
* 'Selected Poems Sananta Tanty' (অনুবাদক: দিব্যজ্যোতি শৰ্মা, আই ৰাইট ইম্প্ৰিণ্ট, নতুন দিল্লী, ২০১৭)
* কৰিমগঞ্জৰ পৰা ৰে'লেৰেৰে’লেৰে আহোঁতে আহোঁতে (কাব্যগ্ৰন্থ, প্ৰকাশকঃ আঁক-বাক, গুৱাহাটী)।
* সন‍ন্ত তাঁতিৰ কবিতা সমগ্ৰ (সম্পাদক: কুশল দত্ত, পেপিৰাচ প্ৰকাশন, গুৱাহাটী),
 
85 নং শাৰী:
* ২০১৪ চনত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে আগবঢ়োৱা ক্ৰান্তিকাল সাহিত্য সন্মান,
* ২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা,
* ২০১৬ চনত অসমৰ এ. পি. পি. এল. ফাউণ্ডেচনে  আগবঢ়োৱা  শিৰীষ-অইল সাহিত্য বঁটা,
* ২০১৬ চনত মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য্য ফাউণ্ডেচনে আগবঢ়োৱা পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ,
* ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা [[অসম উপত্যকা সাহিত্য বঁটা]]<ref>{{Cite web|last=|first=|authorlink=|year=|title=সনন্ত তাঁতি, ৰীতা চৌধুৰী আৰু য়েছে দৰজে ঠংচিলৈ অসম উপত্যকা সাহিত্য বঁটা|url=https://janambhumi.in/VFZSak5FMVVSVDA9/%E0%A6%B8%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%A4%E0%A6%BE%E0%A6%81%E0%A6%A4%E0%A7%80,-%E0%A7%B0%E0%A7%80%E0%A6%A4%E0%A6%BE-%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%9F%E0%A7%87%E0%A6%9B%E0%A7%87-%E0%A6%A6%E0%A7%B0%E0%A6%9C%E0%A7%87-%E0%A6%A0%E0%A6%82%E0%A6%9A%E0%A6%BF%E0%A6%B2%E0%A7%88-%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A6%89%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF-%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE.html|accessdate=২৯ এপ্ৰিল,২০২০}}</ref>,
* ২০১৮ চনত ভাৰত চৰকাৰ‍ৰ অধীনস্থ সাহিত্য অকাডেমিয়ে 'কাইলৈৰ দিনটো আমাৰ হ'বহ’ব'<ref>{{Cite web|last=নাথ|first=প্ৰাণজ্যোতি|authorlink=|year=২০১৯|title=গ্ৰন্থ আলোচনাঃ সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত সনন্ত তাঁতীৰ কাব্যগ্ৰন্থ "কাইলৈৰ দিনতো আমাৰ হ'ব"|url=https://www.xukhdukh.com/2018/12/SANANTA.html|accessdate=২৯ এপ্ৰিল,২০২০}}</ref> কাব্য সংকলনৰ বাবে  আগবঢ়োৱা [[অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল|সাহিত্য অকাডেমি বঁটা]]<ref name=":0" /><ref name=":2" />,
* ২০২০ চনত অসমৰ চাহ জনজাতি সাহিত্য সভাই আগবঢ়োৱা মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা।