শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{About|শ্ৰ্ৱণযোগ্য কম্পন তৰংগ}}
[[File: Thoth08BigasDrumEvansChalmette.jpg|thumb|আৱৰণৰ কম্পনৰ দ্বাৰা ঢোল এটাই শব্দ সৃষ্টি কৰে]]
'''শব্দ''' হৈছে এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। ‌‌‌যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক [[যান্ত্ৰিক তৰংগ]] বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰণৰ উদ্দীপনা।<ref>The American Heritage Dictionary of the English Language, Fourth Edition, Houghton Mifflin Company, 2000, archived from the original on June 25, 2008, retrieved May 20, 2010</ref>
 
== শব্দৰ গতি==
[[File: Ear BNC.jpg|thumb|মানুহৰ শ্ৰবণ ইন্দ্ৰিয় কাণ]]
"https://as.wikipedia.org/wiki/শব্দ"ৰ পৰা অনা হৈছে