নীলমণি ফুকন (কনিষ্ঠ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সামান্য সলনি (edited with ProveIt)
No edit summary
37 নং শাৰী:
'''নীলমণি ফুকন''' [[অসমীয়া ভাষা]]ৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক। তেওঁ [[অসমীয়া]] কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'কবিতা', আৰু 'গোলাপী জামুৰ লগ্ন'।
 
'কবিতা' শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত [[সাহিত্য অকাডেমি বঁটা]] প্ৰদান কৰা হয়। ১৯৯০ চনত [[ভাৰত]] চৰকাৰে [[পদ্মশ্ৰী]] সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত [[ছগনলাল জৈন বঁটা]], ১৯৯৭ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] আৰু [[সাহিত্য অকাডেমি]]ৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান [[সাহিত্য অকাডেমিৰ ফেল']] ২০০২ চনত প্ৰদান কৰা হয়।<ref>জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬</ref> কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধি প্ৰদান কৰে। নতুন দিল্লী স্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটাৰেবঁটা সন্মানিতপ্ৰদান কৰে।<ref name="thefederal.com">{{cite web | url=https://thefederal.com/news/damodar-mauzo-critic-of-right-wing-terror-nilmani-phookan-win-jnanpith-award/ | title=Damodar Mauzo, critic of ‘right-wing terror’ & Nilmani Phookan win Jnanpith award | publisher=https://thefederal.com/ | date=7 December 2021 | accessdate=7 December 2021}}</ref> এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।
 
== প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ==