১২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 বাইট বিলোপ কৰা হ’ল ,  6 মাহ পূৰ্বে
(নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
'''১২ ডিচেম্বৰ''' {{enwiki|12 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৬ তম ([[অধিবৰ্ষ]]ত ৩৪৭ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজি==
==ঘটনাৰাজী==
* ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা [[অসমত ৰাষ্ট্ৰপতি শাসন]] প্ৰৱৰ্তন হয়।
* ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
* ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী [[মেধা পাটকৰ]]ৰ জন্ম হৈছিল।
* ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ [[ৰজনীকান্ত]]ৰ জন্ম হয়।
* ১৯৪৮ আজিৰ দিনটোতে [[দক্ষিণ কোৰিয়া]]ক নৱ ৰাষ্ট্ৰৰূপে [[ৰাষ্ট্ৰসংঘ]]ই স্বীকৃতি প্ৰদান কৰে।
 
==তথ্য সংগ্ৰহ==
13

টা সম্পাদনা