মণিকূট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী:
{{Assam stub}}
[[চিত্ৰ:মণিকূট.jpg|thumb|right|200px]]
[[অসম]]ৰ [[বৈষ্ণৱ]] [[সংস্কৃতি]]ৰ এটি উল্লেখযোগ্য সম্পদ হ’ল মণিকূট। অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে [[নামঘৰ]]ৰ সংলগ্নকৈ মণিকূটটো সজা দেখা যায়। [[নামঘৰ]] অথবা কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে। নামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই মণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয়। এই মণিকূটৰ সোঁ-মাজত সিংহাসন বা [[গুৰু আসন]] স্থাপন কৰি তাত মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[মাধৱদেৱ|শ্ৰীশ্ৰী মাধৱদেৱ]]ৰ কীৰ্তন-দশম, ঘোষা আৰু ৰত্নাৱলীৰ যিকোনো এখন পুথি সযত্নেৰে স্থাপন কৰা হয়। মণিকূট শব্দৰ মূলগত অৰ্থ হ’ল [[ৰত্ন]] থোৱা ঘৰ। [[মণিকূট]]
<!--কীৰ্তন ঘৰটোৰ পূৱৰ কোঠাৰ পৰা ইয়ালৈ সোমাব পৰাকৈ নামঘৰৰ পূৱতে উত্তৰা-দক্ষিণাকৈ মণিকূটটো নিৰ্মাণ কৰা হয। এই মণিকূটতে গুৰুজনাই শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰিছিল। মণিকূটৰ সোঁমাজতে কাঠৰ আসন বা থাপনা পাতি তাত মহাপুৰুষ দুজনা (শঙ্কৰ-মাধৱ)ৰ ৰচিত সৰ্ব্বজন সমাদৃত এখন বিশেষ পুথি থয়। এনে পুথিৰ ভিতৰত দশম(ভাগৱতৰ দশম স্কন্ধ), কীৰ্তন, নামঘোষা, ভক্তি ৰত্নাৱলী, গুণমালা আদিয়েই উল্লেখযোগ্য। মণিৰ অৰ্থ হৈছে ৰত্ন আৰু কূটৰ অৰ্থ হৈছে ঘৰ; অৰ্থাৎ ৰত্ন থোৱা ঘৰ। ইয়াত মণি বা ৰত্ন হৈছে শঙ্কৰ-মাধৱ পুৰুষৰ ৰচিত গ্ৰন্থ যাক সিংহাসনত বা থাপনাত উপাসনাৰ বস্ত্ত হিচাপে ৰখা হয়। মণিকূটত আসন বা থাপনাৰ উপৰিও নামঘৰৰ অত্যাৱশ্যকীয় সম্পত্তি যেনে –দবা,শংখ,ঘণ্টা,কাঁহ,শৰাই,টৌ,বান,লোটা,কলহ,বৰবাটি,ঠগা,ডলা-ছালনী,পাচি খৰাহি ভোৰতাল আদি ৰখা হয়। মণিকূটৰ এদাঁতিত এখন চাং পাতি তাত কীৰ্তন,দশম,নামঘোষা,ৰত্নাৱলী,সাঁচিপাতৰ পুথি,বৰগীত আদি পুথিবোৰ সযতনে ৰখা হয়। নামনি অসমৰ বৰপেটা নামঘৰৰ পূৱফালে থকা মণিকূটটোক ভাঁজঘৰ বোলে। এই ভাঁজঘৰটো চাৰিচুকীয়া,চালবোৰ ভাঁজখোৱা বা দোঁখোৱা আৰু চাৰিওফালে পানী পাচটো গোলাকাৰ হয়। অসমৰ অন্যান্য ঠাইত মণিকূটটো এনে ভাঁজঘৰ নহয়,দুচলীয়া ঘৰহে। যিবিলাক ঠাইত মণিকূট নাথাকে বা সাজিবৰ সামৰ্থ নাথাকে তেনে ঠাইৰ নামঘৰৰ পূৱৰ প্ৰথম খোটালিকে মণিকূট হিচাপে ব্যৱহাৰ কৰি আসন প্ৰতিষ্ঠা কৰে। -->
|