অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
| influenced =
| signature = অনুৰাধা শৰ্মাপূজাৰীৰ চহী.jpg
| awards = [[সাহিত্য অকাডেমি বঁটা]], ২০২১<br>[[ৰেনেছাঁ অসম বঁটা]]<br> অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা
| website =
}}
'''অনুৰাধা শৰ্মা পূজাৰী''' ({{lang-en|Anuradha Sharma Pujari}}, জন্ম: ১৯৬৪ চন) [[অসম]]ৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত [[আমাৰ অসম]] কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান [[সাদিন]]<ref>"Anuradha Sharma Pujari, editor of the popular assamese weekly, 'Sadin', which carried the controversial story, stood by the report."[http://timesofindia.indiatimes.com/news/india/Jounalist-accused-of-blackmail-in-Assam/articleshow/641841943.cms Jounalist &#91; sic&#93; accused of blackmail in Assam] SHANKHADEEP CHOUDHURY, TNN 23 January 2002 Times of India</ref> কাকত আৰু [[সাতসৰী]] নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে।<ref name="sivasagar">{{cite web | url=http://onlinesivasagar.com/literature/anuradha-sharma-pujari.html | title=Anuradha Sharma Pujari | publisher=onlinesivasagar.com | work=onlinesivasagar.com | accessdate=February 03, 2013}}</ref> [[চাহেবপুৰাৰ বৰষুণ]] নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে। তেওঁ ২০২১ চনত 'ইয়াত এখন অৰণ্য আছিল' শীৰ্ষক উপন্যাসৰ বাবে অসমীয়া ভাষাৰ [[সাহিত্য অকাডেমি বঁটা]] লাভ কৰে।<ref name "news18">{{Cite web|title= ভালখবৰ! অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা|publisher=News18 Assam-NorthEast |url=https://assam.news18.com/news/assam/2021-sahitya-akademy-award-to-anuradha-sarma-pujari-hb-183267.html
||url-status=live}}</ref>
 
==প্ৰাৰম্ভিক জীৱন==
Line 59 ⟶ 60:
{{Multicol-end}}
==বঁটা==
* [[সাহিত্য অকাডেমি বঁটা]], ২০২১
* [[ৰেনেছাঁ অসম বঁটা]] ২০১৩<ref name="amarasom">{{cite web | title=জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা | publisher=[[আমাৰ অসম]] | date=১৩ মাৰ্চ ২০১৫ | accessdate=১৪ মাৰ্চ২০১৫}}</ref>
* ২০০৩ চনত [[অসম সাহিত্য সভা]]ৰ পৰা Kumar Kishore Memorial Literary Award লাভ কৰে।
* ২০০৩ চনত [[চাহেবপুৰাৰ বৰষুণ]] উপন্যাসখনৰ বাবে অসম সাহিত্য সভাই তেওঁ শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা প্ৰদান কৰিছিল।<ref name="sivasagar" />
 
Line 75 ⟶ 77:
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী:অসমৰ সাংবাদিক]]
[[শ্ৰেণী:অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী]]