২০২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''২০২২''' ([[ইংৰাজী|2022]], [[ৰোমান সংখ্যা|MMXXII]]) হৈছে পৃথিৱীৰ সেইবাৰসেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ শনিবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২২তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২২ তম বছৰ আৰু ২০২০ দশকৰ ৩য় বছৰ। অসমীয়া দিনপঞ্জী মতে ১৪২৮-২৯ ভাস্কৰাব্দ বা ১৯৪৩-৪৪ শকাব্দ।
 
অন্যহাতে ৰাষ্ট্ৰসংঘই ২০২২ বৰ্ষটোক <ref>{{Cite web|url=https://undocs.org/A/RES/72/72|title=International Year of Artisanal Fisheries and Aquaculture|website=United Nations|access-date=February 15, 2020}}</ref> International Year of Basic Sciences for Sustainable Development,<ref>{{Cite web|url=https://undocs.org/en/A/RES/76/14|title=International Year of Basic Sciences for Sustainable Development|website=United Nations|access-date=December 30, 2021}}</ref> International Year of Sustainable Mountain Development,<ref>{{Cite web|url=https://undocs.org/pdf?symbol=en/A/76/L.28|title=International Year of Sustainable Mountain Development|website=United Nations|access-date=December 30, 2021}}</ref> আৰু the International Year of [[Glass]]<ref>{{Cite web|url=https://undocs.org/A/RES/75/279|title=International Year of Glass|website=United Nations|access-date=July 17, 2021}}</ref> হিচাপে ঘোষণা কৰিছে।
"https://as.wikipedia.org/wiki/২০২২"ৰ পৰা অনা হৈছে