গায়ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
8 নং শাৰী:
| god_of = বৈদিক স্তুতি আৰু সংগীত (Melodies)ৰ দেৱী, গায়ত্ৰী মন্ত্ৰৰ ব্যক্তিকৃত ৰূপ
| affiliation = [[দেৱী]], [[সৰস্বতী]], [[মহাদেৱী]], [[পাৰ্ৱতী]], [[আদিশক্তি]]
| abode = [[সত্যলোক]], [[মণিদ্বীপ]], [[কৈলাশকৈলাস]]
| symbol = [[বেদ]]
| consort = [[ব্ৰহ্মা]] (পুৰাণৰ মতে), পৰঃশিৱ ৰূপত [[শিৱ]], [[মহাতপ]] বা ভাৰ্গ (শৈৱ পুৰাণৰ মতে)
16 নং শাৰী:
}}
 
'''গায়ত্ৰী''' ([[সংস্কৃত ভাষা|সংস্কৃত]]: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত<ref name="brad">{{cite book|last1=Bradley|first1=R. Hertel|last2=Cynthia|first2=Ann Humes|title=Living Banaras: Hindu Religion in Cultural Context|date=1993|publisher=SUNY Press|isbn=9780791413319|page=286|url=https://books.google.com/books?id=r-OYL6Khg0UC|access-date=2019-08-20|archive-date=2020-10-12|archive-url=https://web.archive.org/web/20201012022316/https://books.google.com/books?id=r-OYL6Khg0UC|url-status=live}}</ref> “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰীৰসাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়।<ref>Constance Jones, James D. Ryan (2005), ''Encyclopedia of Hinduism'', Infobase Publishing, p.167, entry "Gayatri Mantra"</ref><ref>Roshen Dalal (2010), ''The Religions of India: A Concise Guide to Nine Major Faiths'', Penguin Books India, p.328, entry "Savitr, god"</ref> স্কন্দ পুৰাণৰ দৰে কিছুমান গ্ৰন্থৰ মতে, গায়ত্ৰী হৈছে সৰস্বতী বা তেওঁৰ ৰূপৰেই অন্য এক নাম আৰু ভগৱান ব্ৰহ্মাৰ সহধৰ্মিনী।<ref>{{Cite book|last=Dalal|first=Roshen|url=https://books.google.com/books?id=DH0vmD8ghdMC&q=Gayatri&pg=PA274|title=Hinduism: An Alphabetical Guide|date=2010|publisher=Penguin Books India|isbn=978-0-14-341421-6|language=en|access-date=2020-10-01|archive-date=2020-10-12|archive-url=https://web.archive.org/web/20201012022316/https://books.google.com/books?id=DH0vmD8ghdMC&q=Gayatri&pg=PA274|url-status=live}}</ref> আনহাতে, শৈৱ শাস্ত্ৰসমূহৰ মতে পাঁচটা মূৰ আৰু দহখন হাতৰ সৈতে সৰ্বোচ্চ ৰূপ ধাৰণ কৰা মহাগায়ত্ৰী হৈছে শিৱৰ সহধৰ্মিনী।<ref name="Munshiram Manoharlal Publishers">{{cite book|last1=Margaret Stutley|title=Hindu Deities: A Mythological Dictionary with Illustrations|date=2006|publisher=Munshiram Manoharlal Publishers|isbn=9788121511643|url=https://books.google.com/books?id=Z1MvAAAAYAAJ|access-date=2019-08-20|archive-date=2020-10-12|archive-url=https://web.archive.org/web/20201012022317/https://books.google.com/books?id=Z1MvAAAAYAAJ|url-status=live}}</ref><ref name="oma">{{cite book | date=1992 | author=Omacanda Hāṇḍā | title=Śiva in art: a study of Śaiva iconography and miniatures | publisher=Indus Pub. House}}</ref>
 
গায়ত্ৰী দেৱীৰ সাধনাৰ বাবে গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰা হয়। গায়ত্ৰী মন্ত্ৰটো তলত দিয়া ধৰণৰ:
 
::'''ॐ भूर्भुवः स्वः। '''
::(ঔম ভূৰ্ভুবঃ স্বঃ। )
::'''तत्सवितुर्वरेण्यम्। '''
::(তৎসৱিতুৰ্বৰেণ্যম। )
::'''भर्गो देवस्य धीमही। '''
::(ভৰ্গো দেৱস্য ধীমহী। )
::'''धियो योनः प्रचोदयात्। '''
::(ধিয়ো য়োনঃ প্ৰসোদয়াত্। )
 
==বিকাশ==
গায়ত্ৰী শব্দটো প্ৰথম ২৪টা শব্দাংশৰে গঠিত ঋগ বেদৰ এটা শ্লোকত প্ৰয়োগ কৰা হৈছিল।<ref name="ban">{{cite book | last1=Bansal | title=Hindu Gods and Goddesses | publisher=Smriti Books | date=2005 | first1=Sunita Pant | url=https://books.google.com/books?id=xhrnkdByWDIC | page=23 | isbn=9788187967729 | access-date=2019-08-20 | archive-date=2016-05-14 | archive-url=https://web.archive.org/web/20160514201346/https://books.google.com/books?id=xhrnkdByWDIC | url-status=live }}</ref> গায়ত্ৰী শব্দই বিশেষকৈ, গায়ত্ৰী মন্ত্ৰ আৰু সেই মন্ত্ৰৰ ব্যক্তিকৃত ৰূপ গায়ত্ৰী দেৱীক বুজায়। পণ্ডিতসকলে গায়ত্ৰীক বৈদিক সৌৰ দেৱতা সাবিত্ৰী আৰু সাবিত্ৰৰ সমাৰ্থক হিচাপে গায়ত্ৰাৰ স্ত্ৰীলিংগ বুলি বৰ্ণনা কৰিছে।<ref>{{cite book|last1=Ramachandra Rao|first1=Saligrama Krishna|title=R̥gveda-darśana: Gāyatri mantra|date=1998|publisher=Kalpatharu Research Academy|page=77|url=https://books.google.com/books?id=pp8oAAAAYAAJ|access-date=2019-08-20|archive-date=2020-10-12|archive-url=https://web.archive.org/web/20201012022317/https://books.google.com/books?id=pp8oAAAAYAAJ|url-status=live}}</ref> অৱশ্যে, এই গায়ত্ৰী মন্ত্ৰ কেতিয়া এগৰাকী দেৱী হিচাপে ব্যক্তিৰূপলৈ ৰূপান্তৰ হৈছিল সেয়া এতিয়াও জ্ঞাত নহয়।
 
পুৰাণৰ মতে গায়ত্ৰী এগৰাকী অভিৰা জাতিৰ ছোৱালী আছিল। তেওঁ পুষ্কৰত অনুষ্ঠিত কৰা যজ্ঞত ব্ৰহ্মাক সহায় কৰিছিল।<ref>{{Cite book|last=Nambiar|first=K. Damodaran|url=https://books.google.com/books?id=ADIqAAAAYAAJ&q=abhira|title=Nārada Purāṇa, a Critical Study|date=1979|publisher=All-India Kashiraj Trust|language=en}}</ref><ref>{{Cite book|last=Arya|first=Sharda|url=https://books.google.com/books?id=KDQqAAAAYAAJ&q=abhira|title=Religion and Philosophy of the Padma-purāṇa|date=1988|publisher=Nag Publishers|isbn=978-81-7081-190-9|language=en}}</ref><ref>{{Cite book|last=Wadia|first=Sophia|url=https://books.google.com/books?id=1SMLAQAAMAAJ&q=gayatri+abhira|title=The Aryan Path|date=1969|publisher=Theosophy Company (India), Limited|language=en}}</ref> যুগ যুগ ধৰি বিভিন্ন অঞ্চলৰ বিভিন্ন উৎসত গায়ত্ৰী দেৱীৰ ব্যক্তিৰূপ বিকাশ সম্পৰ্কে ভিন্ন ভিন্ন বৰ্ণনা পোৱা গৈছে।
 
==বিৱৰণ==
44 নং শাৰী:
 
===নৱৰাত্ৰি===
নৱৰাত্ৰিৰ সময়ত গায়ত্ৰীৰ পূজা কৰা হয়। নৱৰাত্ৰিত মা আদিশক্তিৰ সকলোবোৰ ৰূপৰ পূজা কৰা হয়। যিহেতু গায়ত্ৰীক মা আদিশক্তিৰে এটা ৰূপ বুলি গণ্য কৰা হয়, সেয়ে নৱৰাত্ৰীত গায়ত্ৰীৰো পূজা কৰা হয়।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/গায়ত্ৰী"ৰ পৰা অনা হৈছে