ৰাসায়নিক অভিযান্ত্ৰিকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
4 নং শাৰী:
==বুৎপত্তি==
[[File:Davis GE.jpg|thumb|150px|জৰ্জ ই.ডেভিচ্‌]]
১৯৯৬ৰ ''ব্ৰিটিছ জাৰ্ণেল ফ'ৰ হিষ্টৰী অৱ ছায়ন্স''ত প্ৰকাশিত এটি প্ৰবন্ধত জেমচ এফ ডনেলীয়ে ১৮৩৯ চনত [[ছালফিউৰিক এচিড]]{{sfn|Cohen|1996|p=172}} উৎপাদন সম্পৰ্কত [[ৰাসায়নিক অভিযান্ত্ৰিকী]]ৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছিল। সেই একেটা প্ৰবন্ধতে [[জৰ্জ ই. ডেভিছ]], এজন ইংৰাজ পৰামৰ্শদাতাক উক্ত অভিধাৰ জনক বুলি কোৱা হয়।<ref name="Swindin">{{cite journal|last1=Swindin|first1=N.|title=George E. Davis memorial lecture|journal=Transactions of the Institution of Chemical Engineers|date=1953|volume=31}}</ref><ref name="Flavell-While">{{cite news|last1=Flavell-While|first1=Claudia|title=Chemical Engineers Who Changed the World: Meet the Daddy|url=http://www.thechemicalengineer.com/~/media/Documents/TCE/Articles/2012/849/849cewctw.pdf|access-date=27 October 2016|work=The Chemical Engineer|agency=52-54|date=2012|url-status=dead|archive-url=https://web.archive.org/web/20161028085216/http://www.thechemicalengineer.com/~/media/Documents/TCE/Articles/2012/849/849cewctw.pdf|archive-date=28 October 2016}}</ref> ''দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্: এন্ এনচাইক্লোপিডিয়া''ত ১৮৯০ চনত{{sfn|Reynolds|2001|p=176}} উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। 'ৰাসায়নিক অভিযান্ত্ৰিকী', য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা ব্যাখ্যা কৰা হয়, শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিল।{{sfn|Cohen|1996|p=186}} ১৯১০লৈকে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত '[[ৰাসায়নিক অভিযন্তা]]'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল।{{sfn|Perkins|2003|p=20}}
 
 
==ইতিহাস==