ৱিকি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.6.5) (ৰবট যোগ দিছে :mk:Прелистувач, ru:Браузер (значения)
No edit summary
1 নং শাৰী:
'ৱিকি' (wiki) হৈছে এক ধৰণৰ '[[ৱেবছাইট]]' য'ত '[[ইণ্টাৰনেট]]' দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা '[[ব্ৰাউজাৰ]]'ৰ () যোগেদিয়েই '[[ৱেবপৃষ্ঠা]]' এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি।<ref>[http://dictionary.oed.com/cgi/entry/50293088 Dictionary.oed.com </ref><ref name="Britannica">{{Citation|title=wiki|encyclopedia=[[Encyclopædia Britannica]]|volume=1|publisher=[[Encyclopædia Britannica, Inc.]]|year=2007|location=[[London]]|url=http://www.britannica.com/EBchecked/topic/1192819/wiki|accessdate=2008-04-10}}</ref><ref name="urlEasy Wiki Hosting, Scott Hanselmans blog, and Snagging Screens">{{Citation|url=http://msdn.microsoft.com/en-us/magazine/cc700339.aspx |title=Easy Wiki Hosting, Scott Hanselman's blog, and Snagging Screens |date=July, 2008 |author=Mitchell, Scott |publisher=MSDN Magazine |accessdate=2010-03-09}}</ref> 'ৱিকি'সমূ্কসমূহক সাধাৰণেতে '[[ৱিকি ছফ্‌টৱেৰ]]'-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূহিক ভাৱে ব্যৱহাৰ কৰে। কিছুমান উদাহৰণ: সামাজিক ৱেবছাইটসমূহ (community websites), কোম্পানীৰ অন্ত:জাল (corporate intranets), জ্ঞান পৰিচালনা প্ৰণালী (knowledge management systems), আৰু টোকা-সেৱা (note services)। ব্যক্তিগত টোকা-ৰখাৰ বাবেও ৱিকি ব্যৱহাৰ কৰিব পাৰি। অৱস্থা ভেদে ৱিকি এটাৰ সম্পাদনা ক্ষমতা সীমিত কৰি ৰাখিব পাৰি।
 
প্ৰথম 'ৱিকি ছফ্‌টৱেৰ', '[[ৱিকিৱিকিৱেব]]'-ৰ (WikiWikiWeb) স্ৰষ্টা আছিল '[[ৱাৰ্ড কানিংহাম]]' ([[Ward Cunningham]])। আৰু তেখেতে ইয়াক "সৰলতম আন্ত:জাল তথ্যসূচী, সম্ভৱত: ব্যৱহাৰযোগ্য" (the simplest online databse that could possible work) বুলি উল্লেখ কৰিছিল।
 
[[Image:HNL Wiki Wiki Bus.jpg|thumb| হনলুলু (হাৱাই) আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সন্মুখত "ৱিকি ৱিকি চাটল" (Wiki Wiki Shuttle)]]
ৱিকি আহিছে '[[হাৱাই]]' দেশীয় শব্দ, 'ৱিকি'ৰপৰা (উচ্চাৰণ: ৱিটি)। যাৰ অৰ্থ: তৎক্ষণাৎ।
 
Line 15 ⟶ 16:
[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
 
[[en:BrowserWiki]]
[[mk:Прелистувач]]
[[ru:Браузер (значения)]]
"https://as.wikipedia.org/wiki/ৱিকি"ৰ পৰা অনা হৈছে