অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ASTROLOGY MEANING IN HINDI
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
Divyasamadhan21 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Nayan j Nathয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
1 নং শাৰী:
{{Infobox Holiday
== ASTROLOGY MEANING IN HINDI ==
|holiday_name = অক্ষয় তৃতীয়া
<a href="https://astroindusoot.com/">ASTROLOGY MEANING IN HINDI</a>-bhaarateey jyotish keval hamaare ya hamaaree prthvee ke sauramandal (solar sistam) par aadhaarit hai poore yoonivars par nahin kyonki bhaarateey jyotish ke anusandhaanakartaon ka maanana yahee tha ke poore brahmaand mein to hamaare jaisee kitanee hee prthvee, solar sistam aur grah honge par vo sab yoonivars mein hamaare apane sauramandal se itane door hain ke unaka prabhaav hamaaree prthvee tak pahunch hee nahin paata isalie unase hamaara shareer aur jeevan prabhaavit nahin hoga isalie praacheen bhaarateey rshiyon ne keval hamaare apane solar sistam mein upasthit grahon ko hee jyotish ka aadhaar banaaya hai kyonki jo vastu hamaare aas paas hotee hai usee ka ham par vishesh prabhaav padata hai.
|type = হিন্দু আৰু জৈন
|image = One Anna British-Indian coin.png
|caption = প্ৰথম জৈন তীৰ্থংকৰ ঋষভনাথে ৰজা শ্ৰেয়াংশৰ পৰা কুঁহিয়াৰৰ ৰস গ্ৰহণ কৰি থকাৰ দৃশ্য খোদিত এটি [[ব্ৰিটিছ ভাৰতৰ মুদ্ৰা|ব্ৰিটিছ-ভাৰতৰ এক অনা মুদ্ৰা]]
|official_name =অক্ষয় তৃতীয়া
|nickname = আখা তীজ
|observedby = [[হিন্দু]], [[জৈন]]
|begins = বহাগ
|ends =
|date = এপ্ৰিলৰ শেষৰফালে-মে'ৰ প্ৰথমফালে
|date2012 =
|celebrations = এদিন
|observances =
|frequency= বাৰ্ষিক
|relatedto =
}}
'''অক্ষয় তৃতীয়া''' (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি<ref>{{cite web |title=Akshaya Tritiya 2017: Here is Why it is of significance in Hinduism and reason behind people buying Gold on this day!|date=28 April 2017|website=NewsGram |url=https://www.newsgram.com/akshaya-tritiya-2017-here-is-why-it-is-of-significance-in-hinduism-and-reason-behind-people-buying-gold-on-this-day/}}</ref>। প্ৰতি বছৰৰ [[ব'হাগ]] মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান [[বিষ্ণু]]ৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু গণেশে মিলি [[মহাভাৰত]] ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে [[গংগা]] নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে। এই উৎসৱ ভাৰত আৰু নেপালৰ হিন্দু তথা জৈন সকলৰ দ্বাৰা আঞ্চলিকভাবে এক শুভ সময় হিচাপে পালন কৰে<ref name="Gupte">[[#Gupte|Gupte 1994]], p. 5</ref><ref>{{cite book|title=India through the ages|url=https://archive.org/details/indiathroughages00mada|last=Gopal|first=Madan|year= 1990| page= [https://archive.org/details/indiathroughages00mada/page/65 65]|editor=K.S. Gautam|publisher=Publication Division, Ministry of Information and Broadcasting, Government of India}}</ref>। এই উৎসৱ "ক্ষয় নোহোৱা সমৃদ্ধিৰ তৃতীয় দিন" হিচাপে চিহ্নিত।<ref name=joseph135>{{cite book|author=P. M. Joseph|title=Jainism in South India|url=https://books.google.com/books?id=vHnXAAAAMAAJ| year= 1997|publisher= International School of Dravidian Linguistics|isbn=978-81-85692-23-4|pages=135–136}}</ref>
==অৰ্থ==
সংস্কৃতৰ অক্ষয় শব্দৰ অৰ্থ হৈছে কোনোকালে ক্ষয় বা বিনাশ নোহোৱা। ইয়াত প্ৰতীকী অৰ্থত সমৃদ্ধি, আশা, সুখ, সফলতাৰ ক্ষয় নোহোৱা বুজাইছে। আনহাতে তৃতীয়া শব্দৰ অৰ্থ হৈছে শুক্লা পক্ষৰ তৃতীয়া তিথি।<ref>A.A. Macdonell, [http://dsalsrv02.uchicago.edu/cgi-bin/app/macdonell_query.py?qs=अक्षय&searchhws=yes Akshaya], A Practical Sanskrit Dictionary</ref><ref name=joseph135/> সাধাৰণতে বহাগ মাহৰ শুক্লা পক্ষৰ তৃতীয়া তিথিৰ নামেৰে এই দিনটো অক্ষয় তৃতীয়া হিচাপে জনাজাত হৈছে।<ref name="Singh2015p39"/>
 
==জৈন বিশ্বাস==
[[File:Lord Rishabhdeva and King Shreyans.jpg|thumb|150px|right|ৰজা শ্ৰেয়াংশে ঋষভনাথক কুঁহিয়াৰৰ ৰস পান কৰাইছে]]
জৈন ধৰ্ম মতে প্ৰথম তীৰ্থংকৰ ভগৱান ঋষভদেৱৰ এবছৰীয়া তপস্যাৰ সমাপ্তি ঘটাবলৈ তেওঁৰ হাতৰ চলুত কুঁহিয়াৰৰ ৰস বাকী দি পিবলৈ দিয়া হৈছিল। কোনো কোনো জৈন লোকে সেয়ে এই উৎসৱক বৰ্ষ তপ বুলিও কয়।<ref name="Melton2011p18"/> [[গুজৰাট]]ৰ পালিটানা অঞ্চলৰ সাধু সকলে উপবাস বা তপস্যা কৰিও এই উৎসৱ পালন কৰে।<ref name="Melton2011p18"/> এই দিনটোত যি সকল লোকে এবছৰৰ উপবাস পালন কৰে( যাক বৰ্ষ তপ বুলিও জনা যায়) সেই উপবাস [[কুঁহিয়াৰ]]ৰ ৰস পান কৰি ভংগ কৰে।<ref>{{cite web |title=Hindus and Jains celebrate Akshayya Tritiya for their own reasons |url=http://www.merinews.com/article/hindus-and-jains-celebrate-akshaya-tritiya-for-their-own-reasons/15885447.shtml |publisher=Merinews |access-date=May 13, 2013 |archive-url=https://web.archive.org/web/20130612070911/http://www.merinews.com/article/hindus-and-jains-celebrate-akshaya-tritiya-for-their-own-reasons/15885447.shtml |archive-date=12 June 2013 |url-status=dead }}</ref>
 
==হিন্দু বিশ্বাস==
হিন্দু আৰু জৈন ধৰ্মালম্বী লোক সকলে এই দিনটো নতুন আৰম্ভণি, বিবাহ, মূল্যবান বিনিয়োগ বিশেষকৈ সোণ বা অন্য মূল্যবান সম্পত্তি আদিৰ ক্ষেত্ৰত পবিত্ৰ দিন হিচাপে মানে। এই দিনটোতেই বহুতে পৰিয়ালৰ তথা প্ৰিয় মৃত ব্যক্তিক স্মৰণ কৰে।<ref name=gupte5/> অঞ্চল ভেদে বিবাহিত বা আবিয়ৈ মহিলা সকলৰ বাবে এই দিনটোৰ তাৎপৰ্য বেলেগ বেলেগ হোৱা দেখা যায়। তেওঁলোকে নিজৰ স্বামী বা ভৱিষ্যতে বিবাহ হ'ব লগীয়া পুৰুষ জনৰ দীৰ্ঘায়ু তথা সফলতাৰ বাবে ব্ৰত ৰাখে বা প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাৰ পিছত অংকুৰিত বুট-মগু, ফলমূল আৰু মিঠাই প্ৰসাদ হিচাপে বিতৰণ কৰে।<ref name=gupte5>{{cite book|author=B. A. Gupte|title=Hindu Holidays and Ceremonials: With Dissertations on Origin, Folklore and Symbols|url=https://books.google.com/books?id=_FSWKWzNSagC&pg=PA5|year=1994|publisher=Asian Educational Services|isbn=978-81-206-0953-2|pages=5–6}}</ref><ref name="Singh2015p39"/> এই দিনটো সোমবাৰে পৰিলে অধিক পবিত্ৰ বুলি ভবা হয়।<ref name="Singh2015p39"/> ব্ৰত পালন, দান কৰা বা অন্য কোনো লোকক সহায় কৰিও এই উৎসৱ উদযাপন কৰা হয়।<ref name="Melton2011p18"/>
[[File:One of Srikrishna's Miracles.jpg|thumb|200x200px|[[কৃষ্ণ]]ই বনবাসৰ সময়ত [[দ্ৰৌপদী]]ক অক্ষয় তৃতীয়াৰ দিনা অক্ষয় পাত্ৰ উপহাৰ দিয়া দৃশ্য|left]]