ৱিকিপিডিয়া:হট কেট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
8 নং শাৰী:
 
==ইনষ্টল==
HotCat ইনষ্টল কৰিবৰ বাবে [[বিশেষ:পচন্দ|আপোনাৰ পচন্দসমূহৈপচন্দসমূলৈ]] গৈ ''Gadgets'' টেবত থকা ''HotCat'' অপচনটো নিৰ্বাচন কৰি সাঁচি ৰাখক।
 
বৈকল্পিক পদ্ধতি:
# তলৰ শাৰীতো কপি কৰি [[Special:Mypage/skin.js|আপোনাৰ স্ক্ৰিপ্ট ফাইল]] পৃষ্ঠাৰ তলত পেষ্ট কৰক:<br><code>importScript('[[MediaWiki:Gadget-HotCat.js]]');</code >
# নতুন স্ক্ৰিপ্ট পৃষ্ঠাখন সাঁচি থওক, আৰু
# আপোনাৰ [[:en:Wikipedia:Bypass your cache|ব্ৰাউজাৰৰ কেচ্ বাইপাচ]] কৰি সম্পূৰ্ণৰূপে ৰাউজাৰকব্ৰাউজাৰক ৰিফ্ৰেচ কৰক।
# এতিয়া আপুনি HotCat ব্যৱহাৰ কৰিৰকৰিবৰ বাবে সাজু। আপুনি প্ৰতিতো শ্ৰেণীৰ কাষত + আৰু - চিন দেখা পাব। এই চিনবোৰত ক্লিক কৰি শ্ৰেণীসমুহ সহজে সলনি, সংযোগ আৰু আঁতৰ কৰিব পাৰি।
 
==কেনেকৈ ব্যৱহাৰ কৰিব==
22 নং শাৰী:
 
নতুন লিংককেইটা হৈছে :
* "(-)" এটি শ্ৰেণী পাছতএটাৰ কাষত: যেতিয়া ক্লিক কৰা হয়, সেই শ্ৰেণীতো সয়ংক্ৰিয় ভাবে [[#শ্ৰেণী এটা আঁতৰ কৰা|আঁতৰি]] যায়।
* "(±)" এটি শ্ৰেণী পাছতএটাৰ কাষত: যেতিয়া ক্লিক কৰা হয়, সেই শ্ৰেণীতো [[#শ্ৰেণী এটা সলনি কৰা|সলনি]] কৰিব পৰাকৈ এক ইনপুট ফিল্ড খোল খায়।
* "(+)" শ্ৰেণী তালিকাৰ শেষত: যেতিয়া ক্লিক কৰা হয়, নতুন শ্ৰেণী [[#শ্ৰেণী এটা সংযোগ কৰা|সংযোগ]] কৰিব পৰাকৈ এক ইনপুট ফিল্ড খোল খায়।
* "(+<sup>+</sup>)" সন্মুখত: যেতিয়া ক্লিক কৰা হয়, [[#এটাতকৈ বেছি শ্ৰেণী সাল-সলনি কৰা|বহু-সাল-সলনি মোডমোডত]] সোমায়, যি এটাতকৈ বেছি শ্ৰেণী সাল-সলনি কৰাৰ সুবিধা প্ৰদান কৰে।
 
যদি HotCat-এ এনে কোনো শ্ৰেণী পায় যি পৃষ্ঠাখনৰ মূলপাঠ্য (wikitext)-ত নাই কিন্তু কোনো সাঁচ বা আন উৎসৰ পৰা সংযোগ হৈছে, তেনে ক্ষেত্ৰত ই লিংকবোৰ সংযোগ '''নকৰে'''। কেবল যিবোৰ শ্ৰেণী পৃষ্ঠাখনৰ মূলপাঠ্যত থাকে, সেইবোৰহে HotCat-এ দ্বাৰা সাল-সলনি কৰিব পৰা যায়।
39 নং শাৰী:
=== শ্ৰেণী এটা সলনি কৰা ===
 
To change a category, click the "(±)"-Link next to the category name. This will open the [[#Inputইনপুট boxবক্স|input box]] where you can enter a new category name.
 
=== শ্ৰেণী এটা সংযোগ কৰা ===
 
To add a category, click the "(+)"-Link at the end of the category line. This will open the [[#Inputইনপুট boxবক্স|input box]] where you can enter a new category name.
 
=== ইনপুট বক্স ===
138 নং শাৰী:
It is also tested and confirmed to be working in combination with [[Wikipedia:Tools/Navigation popups|Navigation popups]], [[ৱিকিপিডিয়া:সম্পাদনাৰ কাৰণে WikiEd যতন কেনেকৈ ব্যৱহাৰ কৰিব|WikiEd]] and the modern skin.
 
== সদস্যৰ তথ্যচক ==
== Userbox ==
 
{{usbktop}}