আলম আৰা (১৯৩১ চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
14 নং শাৰী:
| runtime = ১২৪ মিনিট
| country = [[ব্ৰিটিছ ভাৰত]] (বৰ্তমানৰ ভাৰত আৰু পাকিস্তান)
 
| language = [[উৰ্দু ভাষা|উৰ্দু]]
| budget ={{INRConvert|390|m}} (Adjusted)
|gross = {{INRConvert|2.89|b}} (Adjusted)
}}
 
'''আলম আৰা '''(অৰ্থ: ''বিশ্বৰ অলংকাৰ'') হ'ল ১৯৩১ চনত নিৰ্মিত [[হিন্দী]] ভাষিক তথা [[ভাৰত]]ৰ প্ৰথমখন [[চলচ্চিত্ৰ|সবাক চলচ্চিত্ৰ]]। চলচ্চিত্ৰখনৰ পৰিচালক আছিল [[অৰ্দেশিৰ ইৰাণী]]। অৰ্দেশিৰ ইৰাণীয়ে চলচ্চিত্ৰত শব্দৰ মহত্ব বুজিয়ে  আলম আৰাক আৰু বহুতো সমকালীন সবাক চলচ্চিত্ৰৰ আগতে পূৰ্ণ কৰিছিল। আলম আৰাৰ প্ৰথম প্ৰদৰ্শন ১৯৩১ চনৰ ১৪ মাৰ্চত [[মুম্বাই]] (তেতিয়াৰ বোম্বে)ৰ ''মেজিস্তিক চিনেমা''ত কৰা হৈছিল।<ref>[http://www.indiamarks.com/guide/The-'First'-movies/242 The 'First' talkies film] www.indiamarks.com.</ref> এই প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰখন ইমানেই লোকপ্ৰিয় হৈ পৰে যে মানুহৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুলিচৰ সহায় ল'ব লগা হৈছিল।<ref>Quoted in Chatterji (1999), "The History of Sound."</ref>
 
== কাহিনী ==
[[চিত্ৰ:AlamAraStill.jpg|left|thumb|200x200px|আলম আৰাৰ এটি দৃশ্য]]
[[চিত্ৰ:Newpaper advertisement for Alam Ara, 1931.jpg|right|200x200px|thumb|বাতৰিকাকতত "আলম আৰা"ৰ বিজ্ঞাপন, ১৯৩১]]
 
আলম আৰা হ'ল এজন ৰাজকুমাৰ আৰু এজনী অনাই-বনাই ঘূৰি ফুৰা ছোৱালীৰ প্ৰেম কাহিনী। আলম আৰা [[জোছেফ ডেভিদ]]ৰ এখন পাৰ্চী নাটকৰ ওপৰত আধাৰিত। জোছেফ ডেভিদে পাছলৈ  ইৰাণীৰ ফিল্ম কোম্পানীত লেখক হিচাপে কাম কৰিবলৈ লয়। চলচ্চিত্ৰখনৰ কাহিনী এটা কাল্পনিক, ঐতিহাসিক কুমাৰপুৰ নগৰৰ ৰাজপৰিয়ালৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ হ'ল এজন ৰজা আৰু তেঁওৰ দুজনী দন্দুৰি পত্নী ''দিলবহাৰ'' আৰু ''নৌবহাৰ''। দুয়োৰে মাজত যুদ্ধ তেতিয়া আৰু বাঢ়ি যায় যেতিয়া এজন ফকীৰে ([[ৱাজিৰ মহম্মদ খান]]) ভৱিষ্যতবাণী কৰে যে ৰজাৰ উত্তৰাধিকাৰীক নৌবহাৰে জন্ম দিব। খঙাল দিলবহাৰে প্ৰতিশোধ ল'বৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ''আদিল''ক ([[পৃথ্বীৰাজ কাপুৰ]]) প্ৰেমৰ প্ৰস্তাব দিয়ে, কিন্তু আদিলে সেই প্ৰস্বাব নাকচ কৰে। খঙতে দিলবহাৰে আদিলক কাৰাগাৰত বন্দী কৰি দিয়ে আৰু তেঁওৰ জীয়ৰী ''আলম আৰা''ক ([[জুবেইদা]]) নিৰ্বাসিত কৰে। আলম আৰাক অনাই-বনাই ঘূৰি ফুৰা এটা মানৱ জাতিয়ে লালন পালন কৰে। যৌৱনত ভৰি দিয়াৰ পাছত আলম আৰাই পুনৰ ৰাজমহললৈ উভতি যায় আৰু ৰাজকুমাৰৰ ([[মাষ্টৰ ৱিট্থল]]) সৈতে প্ৰেমত লিপ্ত হয়। অৱশেষত দিলবহাৰে নিজৰ শাস্তি লাভ কৰিলে, ৰাজকুমাৰ আৰু আলম আৰাৰ বিয়া হয় আৰু আদিল কাৰাগাৰৰ পৰা মুক্ত হয়।
 
Line 31 ⟶ 26:
 
== মহত্ব ==
[[চিত্ৰ:AlamAra.jpg|thumb|left|200px|"আলম আৰা"ৰ এটি দৃশ্য]]
চলচ্চিত্ৰ আৰু ইয়াৰ সংগীত দুয়োক্ষেত্ৰতে ব্যাপকৰূপে সফলতা প্ৰাপ্ত হৈছিল। চলচ্চিত্ৰখনৰ গীত "''দে দে খুদা কে নাম পৰ"'' ভাৰতীয় চিনেমাৰ প্ৰথমটো গীত আছিল যিটো অভিনেতা [[ৱাজিৰ মহম্মদ খান|ৱাজিৰ মহম্মদ খানে]] গাইছিল। চলচ্চিত্ৰখনৰ সেই গানটো লোকৰ মাজত বহুত জনপ্ৰিয় হৈ পৰিছিল।<ref name="tri">[http://www.tribuneindia.com/2006/20060326/spectrum/main1.htm Talking images, 75 years of cinema] The Tribune, March 26, 2006, ''Retrieved:2008-08-04''</ref> সেই সময়ত [[ভাৰতীয় চলচ্চিত্ৰ]]ত পাৰ্শ্ব গায়ন পদ্ধতি আৰম্ভ হোৱা নাছিল, সেইকাৰণে এই গীতটোক [[হাৰম'নিয়াম]] আৰু [[তবলা]]ৰ সংগীতৰে সৈতে বাণীবদ্ধ কৰা হৈছিল।<ref>[http://www.saregama.com/magezine_html/Issue1/ourArchives-Alam.htm Alam Ara- first song] Archives, www.saregama.com.</ref>
 
Line 37 ⟶ 31:
 
== নিৰ্মাণ ==
[[চিত্ৰ:Ardeshir Irani recording Alam Ara, 1931.jpg|right|thumb|অৰ্দেশিৰ ইৰাণীয়ে "আলম আৰা"ৰ ৰেক'ৰ্ডিঙ কৰি থকা সময়ত, ১৯৩১ ]]
টানাৰ ধ্বনি প্ৰণালী প্ৰয়োগ কৰি, অৰ্দেশিৰ ইৰাণীয়ে শব্দ ৰেকৰ্ডিং বিভাগ নিজেই নিয়ন্ত্ৰণ কৰিছিল। চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ টানাৰ একাকী-প্ৰণালী কেমেৰাৰ দ্বাৰা কৰা হৈছিল যিয়ে শব্দবোৰ প্ৰত্যক্ষভাৱে ফিল্মত ৰেক'ৰ্ড কৰা হৈছিল। কিয়নো সেইসময়ত ''ছাউণ্ডপ্ৰুফ ষ্টুডিঅ' ''উপলব্ধ নাছিল, এইকাৰণে হূলস্থূলৰ পৰা ৰক্ষা পাবলৈ বেছিভাগ চিত্ৰগ্ৰহণৰ কাম ৰাতি কৰা হৈছিল। চিত্ৰগ্ৰহণৰ সময়ত মাইক্ৰ'ফোন অভিনেতাবোৰৰ লগত লুকাই ৰখা হৈছিল। <ref name="tri">[http://www.tribuneindia.com/2006/20060326/spectrum/main1.htm Talking images, 75 years of cinema] The Tribune, March 26, 2006, ''Retrieved:2008-08-04''</ref>
 
== মুখ্য কলাকাৰ ==
[[চিত্ৰ:Master Vithal and Zubeida in Alam Ara, 1931.jpg|right|150px|thumb|"আলম আৰা"ত মাষ্টৰ ৱিট্থল আৰু জুবেইদা, ১৯৩১]]
* মাষ্টৰ ৱিট্থল
* জুবেইদা
* জিল্লু
* পৃথ্বীৰাজ কাপুৰ
 
== আলোকচিত্ৰ ==
<gallery mode=packed heights=150px style="text-align:center">File:AlamAraStill.jpg|আলম আৰাৰ এটি দৃশ্য
[[চিত্ৰFile:AlamAraStillAlamAra.jpg|left|thumb|200x200px|আলম আৰাৰ অন্য এটি দৃশ্য]]
[[চিত্ৰFile:Master Vithal and Zubeida in Alam Ara, 1931.jpg|right|150px|thumb|"আলম আৰা"ত মাষ্টৰ ৱিট্থল আৰু জুবেইদা, ১৯৩১]]
[[চিত্ৰFile:Ardeshir Irani recording Alam Ara, 1931.jpg|right|thumb|অৰ্দেশিৰ ইৰাণীয়ে "আলম আৰা"ৰ ৰেক'ৰ্ডিঙ কৰি থকা সময়ত, ১৯৩১ ]]
[[চিত্ৰFile:Newpaper advertisement for Alam Ara, 1931.jpg|right|200x200px|thumb|বাতৰিকাকতত "আলম আৰা"ৰ বিজ্ঞাপন, ১৯৩১]]</gallery>
 
== তথ্যসূত্ৰ ==
{{Reflist}}
<references />
 
== বাহ্যিক সংযোগ ==
{{commonsCommons category|Alam Ara (1931 film)|আলম আৰা}}
* {{IMDb title|id=0021594}}
 
[[শ্ৰেণী:হিন্দী চলচ্চিত্ৰ]]