চৈয়দ আব্দুল মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2409:4065:D97:2884:5249:881C:D9A9:2DF1 (আলোচনা)-ই কৰা 310816 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
14 নং শাৰী:
| signature =
}}
'''[[চৈয়দ]] আব্দুল মালিক''' ({{lang-en| Syed Abdul Malik}}, ১৯১৯-২০০০) [[অসমীয়া সাহিত্য]]ৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক [[গল্প]] সংকলন, ৫০ খনতকৈ অধিক [[উপন্যাস]], পাঁচখন [[কবিতা]] সংকলন, তিনিখন [[শিশু সাহিত্য]] আৰু ২০খন মঞ্চ [[অনাতাঁৰ নাট]] আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতি হয়।<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref> তেওঁ [[অঘৰী আত্মাৰ কাহিনী]] উপন্যাসৰ বাবে ১৯৭২ চনত [[সাহিত্য অকাডেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰাৰ উপৰিও ১৯৯২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]], ১৯৯৯ চনত [[শংকৰদেৱ বঁটা]] আৰু [[পদ্মশ্ৰী]], [[পদ্মভূষণ]]<ref>{{cite web|url=http://india.gov.in/myindia/advsearch_awards.php |title=Search Awardees - Padma Awards - My India, My Pride - Know India: National Portal of India |publisher=India.gov.in |date= |accessdate=2012-12-25}}</ref> সন্মান লাভ কৰে।<ref>http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm</ref>
 
==শিক্ষা==