ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
12 নং শাৰী:
*ক্ৰোয়েছিয়াত এই মাহকে ভেলজাকা বোলা হয়। এই শব্দটোৰ অৰ্থ জনা নাযায়। সম্ভবতঃ ই বৃদ্ধিৰ পৰা উদ্ভূত। সেই ক্ষেত্ৰত ব্যাখ্যা কৰিলে, প্ৰতি ৪ বছৰৰ অন্তত ফেব্ৰুৱাৰীৰ দিন-সংখ্যা এক বাঢ়ি যায় বাবে হয়তো ইয়াক ভেলজেকা বোলা হয়।
==বিশেষ দিৱসসমূহ==
*অন্ধকাৰ ইতিহাসৰ মাহ (আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা)
*জাতীয় পাখি-খাদ্যদান মাহ: (আমেৰিকা যুক্তৰাষ্ট্ৰ)
*স্বাধীনতা দিবস (শ্ৰীলঙ্কা): ৪ ফেব্ৰুৱাৰী
26 নং শাৰী:
*পৰিয়াল দিৱস (কানাডা): তৃতীয় সোমবাৰ
*বিশ্ব পৰিণয় দিৱস: দ্বিতীয় ৰবিবাৰ
 
== প্ৰতীকসমূহ==
*এই মাহৰ জন্মফুল হৈছে ভায়োলা বা ভায়োলেট।<ref>[http://www.babiesonline.com/flowersbirthmonth www.babiesonline.com/flowersbirthmonth]</ref>