জগদীশ চন্দ্ৰ বসু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Authority control
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
45 নং শাৰী:
 
==কৰ্মজীৱন==
[[কলিকতা]]তৰ [[প্ৰেছিডেন্সিপ্ৰেসিডেন্সি কলেজ]]ৰ [[পদাৰ্থ বিজ্ঞান]]ৰ অধ্যাপক ৷
=== অৱদান আৰু স্বীকৃতি ===
- [[পদাৰ্থ বিজ্ঞান]]ৰ গৱেষণা, ১৮৯৪ চনত [[বেতাঁৰ তৰংগ]]ৰ আৱিষ্কাৰ, [[কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ]]ৰ পৰা ১৮৯৫ চনত [[ডক্টৰ অৱ ছায়েন্স]] উপাধি লাভ ৷ ১৯০০ চনত [[ফ্ৰান্স]]ত বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ প্ৰদৰ্শনীত অংশগ্ৰহণ ৷ [[ক্ৰেস্ক’গ্ৰাফ]] নামৰ যন্ত্ৰৰ
আৱিষ্কাৰ ৷ ১৯১৬ চনত [[ব্ৰিটিছ চৰকাৰ]]ৰ পৰা [[ছাৰ]] উপাধি লাভ ৷ [[কলিকতাত বিশ্ববিদ্যালয়ৰ]]ৰ আজীৱন অধ্যাপক ৷ ১৯২০ চনত [[ৰয়েল ছ’চাইটী]]ৰ সভ্য নিৰ্বাচিত ৷ ১৯১৭ চনত [[বসু বিজ্ঞান মন্দিৰ]] স্থাপন ৷
 
== মৃত্যু==