বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

The link fix.
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
51 নং শাৰী:
তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক ([[পৃথিৱী]])ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ।<ref name=":0" /> তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে।<ref>{{cite web|title=Protidiner Sangbad |url=https://www.protidinersangbad.com/i-am-mine/185575/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A6%BE%E0%A6%A3%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%AE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80 | accessdate=১৬ মে' ২০২০}}</ref>
 
শিৱৰ উপাসক চান্দ সদাগৰে মনসা দেৱীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰে। তেতিয়া ক্ৰোধান্বিতা হৈ মনসাই চান্দ সদাগৰক শাপ দিয়ে যে, তেওঁ চান্দ সদাগৰৰ প্ৰতিটো সন্তাননকেসন্তানকে বিনাশ কৰিব। মনসা দেৱীৰ এই শাপৰ কাৰণে চান্দ সদাগৰৰ এজন এজনকৈ প্ৰত্যেকটো সন্তানৰে সৰ্প দংশনত মৃত্যু হয়।
 
লখিন্দৰৰ বিবাহৰ সময়ত চান্দ সদাগৰে অধিক সতৰ্কতা অৱলম্বন কৰে। তেওঁ সাপে ছিদ্ৰ কৰিব নোৱাৰাকৈ বিশ্বকৰ্মাৰ দ্বাৰা এটি ঘৰ সজাইছিল যদিও মনসা দেৱীয়ে তেওঁৰ উদ্দেশ্য বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হয় আৰু লখিন্দৰক দংশন কৰে।
 
প্ৰচলিত প্ৰথা অনুসৰি, যাক সাপে দংশন কৰে তেওঁৰ মৃতদেহ ভেলত তুলি নদীত ভাহাই দিয়া হয়, যাতে কোনো অলৌকিক শক্তিৰ দ্বাৰা পুন জীৱিত হয়। বেউলাই সকলোৰে বাধা অগ্ৰাহ্য কৰি তেওঁৰ স্বামীৰ লগত ভেলত যায়।
 
এসময়ত ভেলখন মনসাৰ পালনকৰ্তা মাতা নিতাৰ কাষলৈ যায়। তেনেতে ঐশ্বৰিক ক্ষমতাৰ বলত তেওঁ মৃত স্বামীৰ সৈতে স্বৰ্গত যাবলৈ সক্ষম হয়। মনসা দেৱীয়ে লখিন্দৰক পুন জীৱন দিয়ে যদিও বেউলাৰ শহুৰ চান্দ সদাগৰক মনসা দেৱীৰ পূজা কৰিবলৈ কয়। অৱশেষত চান্দ সদাগৰে মনসা দেৱীৰ পূজা কৰে।
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে