তাজমহল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2402:3A80:1A4C:690D:0:0:A4B5:7510 (আলোচনা)-ই কৰা 311708 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
35 নং শাৰী:
 
== তাজমহল নিৰ্মাণৰ ইতিহাস ==
[[চিত্ৰ:Shahjahan.jpg|thumb|right|300px|ছাহজাহান, যিজনে মন্দিৰক ভাঙি পেলাই তাজমহল নিৰ্মাণ কৰিছিল]]
১৬৩১ খৃষ্টাব্দত [[মোগল সাম্ৰাজ্য|মোগল সাম্ৰাজ্যৰ]] সমৃদ্ধশালী সম্ৰাট [[ছাহজাহান|ছাহজাহানে]] তেওঁৰ দ্বিতীয় পত্নী [[মুমতাজ মহল|মুমতাজ মহলৰ]] মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰে। মুমতাজ মহলে তেতিয়া তেওঁৰ চতুৰ্দশ কন্যা সন্তান [[গৌহৰ বেগম|গৌহৰ বেগমক]] জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল।<ref>[http://www.pbs.org/treasuresoftheworld/a_nav/taj_nav/main_tajfrm.html www.pbs.org]</ref>
 
41 নং শাৰী:
{{cquote|I shall finish this letter with a description of the two wonderful mausoleums which constitute the chief superiority of ''Agra'' over ''Delhi''. One was erected by ''Jehan-guyre'' [sic] in honor of his father ''Ekbar''; and ''Chah-Jehan'' raised the other to the memory of his wife ''Tage Mehale'', that extraordinary and celebrated beauty, of whom her husband was so enamoured it is said that he was constant to her during life, and at her death was so affected as nearly to follow her to the grave<ref name="François">François Bernier "Letter to Monsieur de la Mothe le Vayer. Written at Dehli [sic] the first of July 1663" ''Travels in the Moghul Empire A.D. 1657-1668'' (Westminster: Archibald Constable & Co.) 1891 p293 </ref>''.}}
অসমীয়া অনুবাদ:
{{cquote|দুটা বিস্ময়কৰ সমাধিৰ বিৱৰণ দি মই/ চিঠিখন শেষ কৰিম যিটোয়ে আগ্ৰাক [[দিল্লী|দিল্লীতকৈয়ো]] শ্ৰেষ্ঠ কৰিছে; এইটো নিৰ্মাণ কৰিছিলে সম্ৰাট [[জাহাঙ্গীৰ|জাহাঙ্গীৰে]] তেওঁৰ পিতা [[আকবৰ|আকবৰৰ]] সম্মানত আৰু অন্যটো সম্ৰাট ছাহজাহানে তেখেতৰ পত্নীৰ স্মৰণত তৈয়াৰ কৰিছিল "তাজমহল", যিটো অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰী, স্বামী তেওঁৰ পত্নীৰ শোকত ইমানেই ম্ৰিয়মান যে পত্নী জীৱনকালত যেনেদৰে তেওঁৰ লগত আছিল, মৰণৰ পাছতো তেওঁ পত্নীৰ কবৰৰ ওচৰতেই থাকিব। }}
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/তাজমহল"ৰ পৰা অনা হৈছে