তাজমহল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2402:3A80:1A4C:690D:0:0:A4B5:7510 (আলোচনা)-ই কৰা 311708 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
28 নং শাৰী:
| visitation_year = 2003
}}
'''তাজমহল''' ([[হিন্দী ভাষা{{Lang-hi|হিন্দীত]]: ताज महल}}, [[উৰ্দু ভাষা{{Lang-ur|উৰ্দুত]]: تاج محل}}) [[ভাৰত|ভাৰতৰ]] আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। [[মোগল]] সম্ৰাট [[ছাহজাহান|ছাহজাহানে]] তেওঁৰ পত্নী [[আৰজুমান্দ বানু বেগম]], যিগৰাকী [[মুমতাজ মহল]] নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮ খৃষ্টাব্দত। সৌধটিৰ নক্সা কোনে কৰিছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যিসকল [[ওস্তাদ আহমেদ লাহৌৰি|ওস্তাদ আহমেদ লাহৌৰিৰ]] লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ।<ref name="unesco">[http://whc.unesco.org/archive/advisory_body_evaluation/252.pdf UNESCO advisory body evaluation]</ref>
 
 
'''তাজমহল''' ([[হিন্দী ভাষা|হিন্দীত]]: ताज महल, [[উৰ্দু ভাষা|উৰ্দুত]]: تاج محل) [[ভাৰত|ভাৰতৰ]] আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। [[মোগল]] সম্ৰাট [[ছাহজাহান|ছাহজাহানে]] তেওঁৰ পত্নী [[আৰজুমান্দ বানু বেগম]], যিগৰাকী [[মুমতাজ মহল]] নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮ খৃষ্টাব্দত। সৌধটিৰ নক্সা কোনে কৰিছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যিসকল [[ওস্তাদ আহমেদ লাহৌৰি|ওস্তাদ আহমেদ লাহৌৰিৰ]] লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ।<ref name="unesco">[http://whc.unesco.org/archive/advisory_body_evaluation/252.pdf UNESCO advisory body evaluation]</ref>
 
তাজমহল (''তাজ'' নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে। ইয়াৰ নিৰ্মাণশৈলীত [[পাৰস্য]], [[তুৰস্ক]], ভাৰতীয় আৰু ইছলামী স্থাপত্য শিল্পৰ সংমিশ্ৰণ ঘটাই নিৰ্মাণ কৰা হৈছে। যদিও কেৱল মাৰ্বলৰ গম্বুজাকৃতিৰ ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য। এইটো ১৯৮৩ চনত [[ইউনেস্কো]] [[বিশ্ব ঐতিহ্যবাহী স্থান]] হিচাপে তালিকাভুক্ত কৰা হৈছিল। তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage। "<ref name="unesco"/>
"https://as.wikipedia.org/wiki/তাজমহল"ৰ পৰা অনা হৈছে