আদিযোগী শিৱ প্ৰতিমূৰ্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
103.155.118.224 (আলোচনা)-ই কৰা 311964 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
2 নং শাৰী:
'''আদিযোগী শিৱ প্ৰতিমূৰ্তি'''টো [[তামিলনাডু]]ৰ থিৰুনামৰ কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত অৱস্থিত। তীখাৰে নিৰ্মিত মূৰ্তিটো ৩৪ মিটাৰ ওখ (১১২ ফুট), ৪৫ মিটাৰ দীঘল (১৪৭ ফুট) আৰু ২৫ মিটাৰ বহল (৮২ ফুট)। ইয়াক [[গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ]] বিশ্বৰ "সৰ্ববৃহৎ আৱক্ষ ভাস্কৰ্য" হিচাপে স্বীকৃতি দিয়ে।<ref name="bust1">[https://www.hindustantimes.com/india-news/adiyogi-bust-declared-world-s-largest-by-guinness-book-of-world-records/story-3lqACHP7TUSz7Y8JklnxqM.html 'Aadiyogi bust' declared world's largest by Guinness Book of World], [[Hindustan Times]], 12 May 2017.</ref><ref name="bust2">Vincenzo Berghella, [https://books.google.com/books?id=cqdSDwAAQBAJ&pg=PA68&lpg=PA68&dq=Guinness+World+Records+recognizes+the+statue+as+the+%22Largest+Bust+Sculpture%E2%80%9D+in+the+world.&source=bl&ots=F-k7tTM4ZS&sig=KNLwif0kQQU95RSoa1mIrln9qVk&hl=en&sa=X&ved=0ahUKEwiAyq3G26LaAhUCTY8KHRIWAA0Q6AEIYTAM#v=onepage&q=Guinness%20World%20Records%20recognizes%20the%20statue%20as%20the%20%22Largest%20Bust%20Sculpture%E2%80%9D%20in%20the%20world.&f=false Chennai and Coimbatore, India], Page 68.</ref> সাধগুৰু জাগ্গী বাসুদেৱে ডিজাইন কৰা, ইয়াৰ ওজন প্ৰায় ৫০০ টন।<ref name="MB">{{Cite news|url=http://english.mathrubhumi.com/news/columns/jaggi-vasudev/shiva-as-adiyogi-sadhguru-jaggi-vasudev-1.1737657|title=Shiva as Adiyogi|newspaper=Mathrubhumi|date=17 February 2017|access-date=27 February 2017}}</ref>
 
আদিযোগীয়ে "প্ৰথম যোগী" বা শংকৰক প্ৰথম যোগী বুলি কোৱা হয়। যোগৰ জৰিয়তে মানুহক অভ্যন্তৰীণ কল্যাণৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
 
== বিৱৰণ ==
33 নং শাৰী:
[[শ্ৰেণী:ভাৰতৰ ধৰ্মীয় স্থান]]
[[শ্ৰেণী:হিন্দুধৰ্মৰ মঠ-মন্দিৰ]]
[[bn:আদিযোগী শিব প্ৰতিমূৰ্তি]]