লীনাক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
 
লীনাক্স কাৰ্ণেল লাইনাচ টৰ্ভেল্ডচ-এ ১৯৯১ চনত লিখা আৰম্ভ কৰে। ইয়াৰ কাৰণে ১৯৮৩-ত ৰিচাৰ্ড ষ্টলমেনৰ উদ্যমত প্ৰতিস্থিত ফ্ৰী চফটৱেৰ ফাউণ্ডেশ্যন (FSF) নামে অব্যৱসায়ীক সংস্থাৰ সৌজন্যত প্ৰাপ্ত জি এন ইউ (GNU) লাইচেন্সযুক্ত চফ্টৱেৰ লাইব্ৰেৰী আৰু পৰৃগৰেমিঙৰ সাধনসমূহ ব্যৱহাৰ কৰা হয়। সেয়ে লীনাক্সক কেতিয়াবা-কেতিয়াবা জি-এন-ইউ/লীনাক্স বুলিও উল্লেখ কৰা দেখা যায়।
 
 
[[Image:Gldt.svg|thumb|right|[http://futurist.se/gldt/ GNU/Linux Distro Timeline], timeline representing the development of various Linux distributions.]]
 
== লীনাক্সৰ ডিষ্ট্ৰীবিউশ্যন বা সংকলনসমূহ ==
Line 37 ⟶ 40:
নিম্নলিখিত তালিকাত এনে কিছুমান ভাষ্য আৰু সেইবোৰৰ বিষয়ে কিছু তথ্য দিয়া হ'ল।
[[File:Ubuntu 11.10 Final.png|thumb|left|'''[[ইউবাণ্টু]]''', লীনাক্সৰ এক জনপ্ৰিয় ডিষ্ট্ৰীবিউশ্যন]]
 
 
===বিভিন্ন সমজুৱা ডিষ্ট্রীবিউশ্যনসমূহ===
 
 
এনেধৰণৰ ডিষ্ট্রীবিউশ্যনসমূহ সাধাৰণতে ইন্টাৰনেটৰ জৰিয়তে মিভিন্ন স্বেচ্ছাসেৱক ব্যক্তি, গোট বা কোম্পানীয়ে যুটীয়াভাৱে প্রস্তুত কৰা। [[জী এন ইউ]] বা তেনেজাতী্য লাইচেণ্সৰ অধীনত ব্যৱহাৰ আৰু বিতৰণৰ বিশেষ বাধ্যবাধকতা নথকাকৈ এইবোৰ বিতৰণ কৰা হয়। তলত কিছুমান এনে ডিষ্ট্রীবিউশ্যন কিছুমানৰ বৰ্ণনা দিয়া হ'ল।
 
 
* '''আৰ্কলীনাক্স'''(Archlinux): এই সংকলনত লীনাক্সক যথাসম্ভৱ সৰল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে।
* '''চেন্টঅ'এচ'''(CentOS): ৰেডহেট সংকলনৰ অনুকৰণ কৰি এই সংকলন তৈয়াৰ কৰা হৈছে। এক স্বেচ্ছাসেৱক গোটে জনপ্ৰিয় ৰেডহেটৰ দৰে অথচ বিনামূলীয়া এই লীনাক্স-অৰ চোৱাচিতা কৰে।
Line 49 ⟶ 60:
* '''[[ইউবাণ্টু]]'''(Ubuntu) আৰু '''এডুবাণ্টু''': ডেবিয়ানৰ পৰিবৰ্তিত ৰূপ। এডুবান্টু-ক বিশেষভাবে শৈক্ষিক কাৰ্যত ব্যৱহাৰৰ কাৰণে তৈয়াৰ কৰা হৈছে।
 
সাধাৰণেত এই সংকলনবোৰ নিজৰ নিজৰ ৱেব চাইটৰ পৰা ডাউনল'ড কৰিব পৰাকৈ বিতৰণ কৰা হয়।
[[File:Linux-Distribution en.svg|thumb|350px|components of a Linux distribution]]
===ব্যৱসায়ীক বা এন্টাৰপ্রাইজ ডিষ্ট্রীবিউশ্যন===

ব্যৱসায়ীক সংকলনবিলাকত উপভোক্তাৰ সুবিধাৰ কাৰণে সাধাৰণতে কোনো কোনো অতিৰিক্ত চফ্টৱেৰ যোগ-বিয়োগ কৰি বিশিষ্ট গ্ৰাহক গোটৰ উপযোগী কৰি (customize) বিক্ৰি কৰা হয়।হয় মূল্যৰ বিনিময়ত এনে লীনাক্স সংকলনৰ লগত সাধাৰণতে ব্যৱসায়িক সেৱা আৰু দিহা-পৰামৰ্ষও পোৱা যায়।
 
 
* '''ৰেডহেট এন্টাৰপ্রাইজ'''
* '''চিউচ (SUSE) এন্টাৰপ্রাইজ'''
 
 
===প'ৰ্টেবল বা লাইভ চিডি===
 
 
এইবোৰ ইউ এচ বি ড্রাইভ বা চিডীৰমৰ পৰা পোনেই বুট কৰি ব্যৱহাৰ কৰিব পৰাকৈ বনোৱা হয়। যেনে ন'পিক্স লাইভ ছিডি।
 
== লীনাক্সৰ বাবে উপলব্ধ বিভিন্ন চফ্টৱেৰ ==
"https://as.wikipedia.org/wiki/লীনাক্স"ৰ পৰা অনা হৈছে