২ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
5 নং শাৰী:
*১৮১৪ চনৰ আজিৰ দিনটোত [[কলকাতা]]ত ভাৰতীয় সংগ্ৰহালয় (ইণ্ডিয়ান মিউজিয়াম) প্ৰতিষ্ঠিত হয়।
*১৮১৭ চনৰ আজিৰ দিনটোত শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।
*১৯৮৯ চনৰ আজিৰ দিনটোতে সত্যজিৎ ৰায়ক ফ্ৰান্সৰ সৰ্ব্বোচ্চ সন্মান "লিজিয়ন অফ অনাৰ" প্ৰদান কৰা হয়।
*১৯৩৫ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত প্ৰথম সাক্ষী আৰু প্ৰমাণ হিচাপে আলোকচিত্ৰ অনুমোদিত হয়।
*১৯১৩ চনৰ আজিৰ দিনটোতে নিউয়ৰ্ক চহৰৰ 'গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল' মুকলি কৰা হয়।
*১৯৪৩ চনৰ আজিৰ দিনটোতে দ্বিতীয় ষ্টেলিন গ্ৰাডৰ যুদ্ধ সমাপ্ত হয়। জাৰ্মান সেনাই ছোভিয়েটৰ ওচৰত আত্মসমৰ্পণ কৰে।
*১৯৫৭ চনৰ আজিৰ দিনটোতে ইস্কান্দৰ মিৰ্জাই গুড্ডু বেৰেজৰ আধাৰশিলা স্থাপন কৰে।
 
===জন্ম===
*১৯১৫ চনৰ আজিৰ দিনটোত ট্ৰেইন টু পাকিস্তানৰ দৰে বিখ্যাত গ্ৰন্থ লিখক, ইতিহাসবিদ খুশৱন্ত সিঙৰ জন্ম।