২ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
22 নং শাৰী:
*১৯৩৯ চনৰ আজিৰ দিনটোত নোবেল জয়ী আমেৰিকান অৰ্থনীতিবিদ Dale Thomas Mortensen ৰ জন্ম। তেওঁ ২০১০ চনত অৰ্থনীতিত নোবেল লাভ কৰে। (মৃত্যু ৯ জানুৱাৰী, ২০১৪)
*১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত দাৰ্শনিক, গণিতজ্ঞ, সমাজ সমালোচক পণ্ডিত বাৰ্ট্ৰাণ্ড ৰাছেলৰ মৃত্যু। তেওঁ ১৯৫০ চনত Marriage And morals গ্ৰন্থৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে। (জন্ম ১৮ মে ১৮৭২)।
*১৯৩৬ চনৰ আজিৰ দিনটোতে বঙালী লেখক আৰু সমালোচক বিপিন বিহাৰী গুপ্তাৰ মৃত্যু হয়।
===দিৱস===
* বিশ্ব জলাহভূমি দিৱস (World Wetlands Day)